কংগ্ৰেছ ত্যাগ কৰিলে ডঃ দুৰ্লভ চমুৱাই ৷
প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতৰ বাবেই দল ত্যাগ কৰিলে এইগৰাকী কংগ্ৰেছী নেতাই ৷
বৃহস্পতিবাৰে বিয়লি বিজেপিত যোগদান কৰিব চমুৱাই ৷
দুৰ্লভ চমুৱাৰ সৈতে বিজেপিত যোগদান কৰিব শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷
নগাঁও সদৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল ডঃ চমুৱা ৷
photo: google