নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ দলত খহনীয়া ৷
পুনৰ দলত্যাগ অন্য এগৰাকী কংগ্ৰেছী নেতাৰ ৷
কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক গৌতম বৰাই ৷
১৯ মাৰ্চত ৰাজীৱ ভৱনত ঊৰ্দ্ধতন কৰ্তৃপক্ষৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰে গৌতম বৰাই ৷
দলীয় নেতৃত্বৰ অভাৱ আৰু লবী কেন্দ্ৰীক ৰাজনীতিৰ বাবেই দলত্যাগৰ সিদ্ধান্ত গৌতম বৰাৰ ৷