• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নুমলীগড় শোধনাগাৰৰ অংশীদাৰিত্ব বিক্ৰী ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in অসম, ৰাষ্ট্ৰীয়
1 min read
0
nrl
Share on FacebookShare on Twitter

ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে গ্ৰহণ কৰিলে নিৰ্বিনিয়োজনৰ প্ৰথমটো পদক্ষেপ ।

নুমলীগড় তেল শোধনাগাৰৰ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্তত চূড়ান্ত অনুমোদন বি পি চি এলৰ ।

অলপতে প্ৰতিষ্ঠানটোৱে নুমলীগড় শোধনাগাৰত থকা ৬১.৬৫ শতাংশ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্তত অনুমোদন জনায় ।

প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি নুমলীগড় শোধনাগাৰত থকা বি পি চি এলৰ অংশীদাৰিত্ব মাৰ্চ মাহত বিক্ৰী কৰিব অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰক ।

বি পি চি এলৰ বিত্ত শাখাৰ সঞ্চালক এন বিজয়গোপালে কয় যে এন আৰ এলত থকা তেওঁলোকৰ ৪৮ শতাংশ অইল আৰু ইঞ্জিনীয়াৰ্চ ইণ্ডিয়া লিমিটেডে অধিগ্ৰহণ কৰাৰ বিপৰীতে ১৩.৬৫ শতাংশ অংশীদাৰিত্ব অসম চৰকাৰে অধিগ্ৰহণ কৰিব ।

বিষয়াগৰাকীয়ে লগতে কয় যে অহা ৩১ মাৰ্চৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব ।

উল্লেখ্য, নুমলীগড় শোধনাগাৰৰ পৰা বি পি চি এল আঁতৰি অহাৰ পিছত অসমৰ তৈল প্ৰতিষ্ঠানটোৱে নতুন ৰূপ পাব বুলি আশা কৰা হৈছে ।

২০২৪ চনৰ ভিতৰত এন আৰ এলৰ শোধন ক্ষমতা বছৰি ৩ নিযুত টনৰ পৰা ৯ নিযুত টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।

ইতিমধ্যেই প্ৰায় ২২,৫৯৪ কোটি টকা বিনিয়োগৰ পৰিকল্পনা গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে ।

photo: google

Tags: AssamBPCLNRLNumaligarh refinery limitedনুমলীগড় শোধনাগাৰ
Previous Post

কাৰাবন্দী অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই

Next Post

এন আৰ চি-ক লৈ শীতল ৰাজনীতি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
NRC

এন আৰ চি-ক লৈ শীতল ৰাজনীতি

পশ্চিমবংগত মমতাৰ খং; কিন্তু কিয়…?

পশ্চিমবংগত মমতাৰ খং; কিন্তু কিয়...?

petrol

ভাল খবৰ! আজি মাজনিশাৰে পৰা দাম কমিব পেট্ৰল-ডিজেল-সুৰাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8