• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজহুৱা পৰিবহণত মহিলা কিমান সুৰক্ষিত? কিয় আজিপৰ্যন্ত সংযোগ কৰা নহ’ল ভি এল ডি টি ?

Manoranjan Majumder by Manoranjan Majumder
January 29, 2021
in অসম
1 min read
0
ৰাজহুৱা পৰিবহণত মহিলা কিমান সুৰক্ষিত? কিয় আজিপৰ্যন্ত সংযোগ কৰা নহ’ল ভি এল ডি টি ?
Share on FacebookShare on Twitter

২০১২ত দেশৰ ৰাজধানী দিল্লীত সংঘটিত হোৱা নিৰ্ভয়াকাণ্ডৰ পিছতে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধমূলক ঘটনা হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্য পৰামৰ্শ বিচাৰি ন্যায়াধীশ(অৱসৰপ্ৰাপ্ত) জে এছ বাৰ্মাৰ নেতৃত্বত ভাৰত চৰকাৰে গঠন কৰি দিয়া সমিতিখনে আগবঢ়োৱা পৰামৰ্শৱলীৰ অন্যতম আছিল প্ৰতিখন যাত্ৰীবাহী বাছতে নষ্ট কৰিব নোৱাৰাকৈ GPS ব্যৱস্থা সংযোগ কৰা।

সমিতিখনৰ এই পৰামৰ্শৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে ২০১৬ৰ ২৮ নৱেম্বৰত এক অধিসূচনাযোগে ১৯৮৯ৰ কেন্দ্ৰীয় যান-বাহন বিধিৰি সংশোধন ঘটাই ১২৫ এইছ নামৰ বিধিৰ অন্তৰ্ভুক্তিৰে ৰাজহুৱা বাহন আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ থকা মালবাহী বাহনত জৰুৰীকালীন বুটামসহ বাহনৰ স্থান নিৰ্ণায়ক সঁজুলি সংযোগ কৰাটো বাধ্যতামূলক কৰিছিল।

কিন্তু দুখৰ বিষয়টো হ’ল যে উল্লেখ কৰা বিধি বলবৎকৰণৰ ক্ষেত্ৰত অসমৰ পৰিহবণ বিভাগে অবৈধ পদ্ধতি অৱলম্বন কৰিছে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ পৰা নিৰ্ভয়া ফ্ৰেমৱৰ্কৰ অধীনত পুঁজি পোৱাৰ পিছতো অসম চৰকাৰে ৰাজহুৱা যান-বাহনৰ ওপৰত এইপৰ্যন্ত পৰিচালন তথা নিয়ন্ত্ৰণ কেন্দ্ৰও স্থাপন কৰা নায়।

চৰকাৰে কেন্দ্ৰীয় যান-বাহন নিধি ১৯৫৯ৰ ১২৬নং বিধিত নিৰ্দিষ্ট কৰা পৰীক্ষণ সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু ‘বাহন'(VAHAN)ৰে সংলগ্ন উমৈহতীয়া ব্যৱস্থা এটা গঢ়ি তোলাৰ পৰিৱৰ্তে নিজৰ ইচ্ছানুসৰি এনে সঁজুলিৰ প্ৰস্তুতকৰ্তাৰ পঞ্জীয়নৰ ব্য়ৱস্থা কৰিছে।

বিধি উলংঘন কৰি অসমৰ পৰিবহণ আয়ুক্তই থাৰ্ড পাৰ্টীৰ যোগেদি ভি এল ডি টি সংযোগকৰণৰ অনুমতি দিয়াটো নাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাক মূল উদ্দেশ্য়ৰূপে লৈ প্ৰস্তুক কৰা ১২৫ এইচ বিধিৰ প্ৰতি ভেঙুচালি মাথোন।

মহিলাৰ সুৰক্ষা তথা নিৰাপত্তাক লৈ ল’ৰা-ধেমালি কৰা এনে ব্যৱস্থাৰে চৰকাৰে ৰাজকোষৰ ধনৰ অপচয় কৰিছে।

Photo: Headline8

Tags: AssamWomen Safetyঅসমমহিলা বাছসেৱা
Previous Post

সিংঘু বৰ্ডাৰত আৰক্ষীৰ ওপৰত তলোৱাৰেৰে আক্ৰমণ; আক্ৰমণত আহত SHO

Next Post

টকা নাই কংগ্ৰেছৰ! অটো’ৰে যাত্ৰা সাংসদ গৌৰৱ গগৈৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
টকা নাই কংগ্ৰেছৰ! অটো’ৰে যাত্ৰা সাংসদ গৌৰৱ গগৈৰ

টকা নাই কংগ্ৰেছৰ! অটো'ৰে যাত্ৰা সাংসদ গৌৰৱ গগৈৰ

Delhi Blast

দিল্লী বিস্ফোৰণঃ দায়িত্ব স্বীকাৰ কৰে জঈছ উল হিন্দে

ATM Thief

চোৰৰ নতুন কৌশল! ATM বিস্ফোৰণ কৰি লুটি লৈ গ'ল টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8