• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব’

নিউজ ডেস্ক by নিউজ ডেস্ক
November 13, 2022
in গুৱাহাটী, সংবাদ
1 min read
0
পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব’
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আৰু পঞ্জাৱ চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত ১১ নৱেম্বৰত গুৱাহাটীৰ পল্টনবজাৰৰ হোটেল ডায়স্ক অলে আলোক পৰ্যটন ক্ষেত্ৰখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এক ৰোড শ্ব’ৰ আয়োজন কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত পঞ্জাৱ চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালক কাৰনে শৰ্মাকে ধৰি কেবাজনো বিষয়া, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উপ সঞ্চালক ইমন চৌধুৰীকে ধৰি কেবাজনো বিষয়া, পৰ্যটন মন্ত্ৰণালয়ৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ সহকাৰী সঞ্চালক জ্যোতিৰ্ময় বিশ্বাসকে ধৰি কেবাজনো বিষয়া, ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টৰ অধ্যক্ষ ডঃ অমিতাভ দে, ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ অধ্যক্ষ বৰ্ণালী চক্ৰৱৰ্তী, পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ হকে কাম কৰি অহা প্ৰায় ৩৫ জন অংশীদাৰ উপস্থিত থাকে। অনুষ্ঠানত অসম আৰু পঞ্জাৱৰ মাজত পৰ্যটনৰ ক্ষেত্ৰখনৰ আদান – প্ৰদান সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে পাৱাৰ পইণ্ট প্ৰেজেণ্টচনৰ সহায়ত দুয়োখন ৰাজ্যৰ উল্লেখনীয় পৰ্যটনথলী সমূহ প্ৰদৰ্শন কৰা হয়।

Previous Post

সাত মাহত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ২০১ কোটি টকাৰ ৰাজহ সংগ্ৰহ

Next Post

ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত

ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ নৱেম্বৰ, শিশু দিৱস

আজি ১৪ নৱেম্বৰ, শিশু দিৱস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8