• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীৰ আজিৰ দিনটোৰ ইটো-সিটোঃ কৃত্ৰিম বান, ভূমিস্খলন আৰু..

বান, ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী! অনিল নগৰত এজনৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 14, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
গুৱাহাটীৰ আজিৰ দিনটোৰ ইটো-সিটোঃ কৃত্ৰিম বান, ভূমিস্খলন আৰু..
Share on FacebookShare on Twitter
  • বৰাগাঁৱত ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু।
  • স্তব্ধ যাতায়ত ব্যৱস্থাৰ বাবে বন্ধ ঘোষণা শিক্ষানুষ্ঠান।
  • গুৱাহাটী মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ পৰীক্ষা বাতিল।
  • জু ৰোডত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ সুৰক্ষা বেৰ উটুৱাই নিলে বান পানীয়ে।
  • পুনৰ বানপানীত ডুব গ’ল এ আই ডি চি।
  • মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিলে হেল্প লাইন নম্বৰ। গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ নম্বৰ- ৯৫০৮২০৯৬৮৬, দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০২৯৯৮৪ নম্বৰত অথবা প্ৰশাসনৰ টোল ফ্ৰী নম্বৰ ১০০৯ আৰু ৯৩৬৫৪২৯৩১৪ এই নম্বৰত যি কোনো অসুবিধআৰ বাবে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই।
  • অনিল নগৰত খহি পৰিল ভৰলুৰ গাৰ্ড ৱাল। পূৰ্বৰে পৰা খহি আছিল এই গাৰ্ড ৱাল। আজি পুনৰ জোনালীৰ সমিপত গাৰ্ড ৱাল খহি পৰাত ভৰলুৰ পানী উফন্দি অনিল নগৰ, তৰুণ নগৰ, নবীন নগৰকে ধৰি একাধিক অঞ্চল বুৰাই পেলাইছে।
  • উত্তৰ গুৱাহাটীতো ভূমিস্খলন। কথমপি প্রাণ ৰক্ষা জাইকা পানী প্রকল্পৰ কেইবাজনো শ্রমিকৰ।
  • নগাঁৱৰ দিশেৰে অহা গুৱাহাটী অভিমুখী বাহন সমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰাৰ লগতে তেজপুৰ, মঙ্গলদৈ দিশৰ পৰা গুৱাহাটী অভিমুখী বাহনসমূহো জালুকবাৰী অঞ্চলত আবদ্ধ হৈ পৰিছে। ফলত দুয়োটা দিশৰ ৰাজপথত হাজাৰ হাজাৰ বাহন ভৰি পৰিছে।
  • কামাখ্যালৈ যোৱা পথত ভূমিস্খলন। পাহাৰৰ পৰা বাগৰি পৰিছে প্ৰকাণ্ড শিল। প্ৰশাসনে বন্ধ কৰি দিছে কামাখ্যালৈ যোৱা পথ।
  • নৱগ্ৰহত ব্যাপক ৰূপত ভূমিস্খলন। খহি পৰিছে গাৰ্ড ৱাল।
  • চানমাৰি, অনুৰাধা, বামুণীমৈদাম, নুনমাটিকে ধৰি একাংশ অঞ্চলত শুকাইছে কৃত্ৰিম বান। অৱশ্যে পুনৰ বৰষুণ আৰম্ভ হোৱাত এই স্থানত আকৌ কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
  • অনিল নগৰত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ৰাম প্রসাদ বণিক্যৰ। সোমবাৰে নিশাই তেওঁৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।
Previous Post

PF আৰু ইংক্ৰিমেণ্টৰ হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকা ভিত্তিত কৰ্মচাৰীৰ!

Next Post

বুধবাৰে হ’ব ধাৰাসাৰ বৰষুণ! গুৱাহাটী মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বুধবাৰে হ’ব ধাৰাসাৰ বৰষুণ! গুৱাহাটী মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

বুধবাৰে হ’ব ধাৰাসাৰ বৰষুণ! গুৱাহাটী মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

HDFC বেঙ্কে আৰু 100 XVC ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন

HDFC বেঙ্কে আৰু 100 XVC ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8