• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান

Manoranjan Majumder by Manoranjan Majumder
May 1, 2021
in অসম, গুৱাহাটী, সংবাদ
1 min read
0
সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান
Share on FacebookShare on Twitter

পুনৰ অসমীয়া সংগীত জগতৰ বাবে এক দুঃখবৰ।

অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক ডঃ বিজয়লক্ষ্মী দাসৰ শেষ নিশ্বাস ত্যাগ।গু

গুৱাহাটী বশিষ্ঠপুৰ নিবাসী বিজয়লক্ষ্মী দাসে শুকুৰবাৰে পুৱা নিজ বাসগৃহতে অসুস্থ হয়।

ততাতৈয়াকৈ গুৱাহাটীৰ হায়াত হাস্পতালত কণ্ঠশিল্পী গৰাকীক ভৰ্তি কৰোৱা হৈ যদিও শুকুৰবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে বিজয়লক্ষ্মী দাসে।

বিজয়লক্ষ্মী দাস গুৱাহাটীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী তথা সহযোগী অধ্যাপিকা আছিল।

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰিছিল ডঃ বিজয়লক্ষ্মী দাসে।

বিজয়লক্ষ্মী দাসে কেইবাবছৰ ধৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীত পৰিচালনা কৰাৰ উপৰিও ভালেমান অসমীয়া বোলছবিত সংগীত পৰিচালনা কৰিছিল।

কণ্ঠশিল্পী গৰাকীৰ মৃত্যুৰ পিছত শোকৰ ছাঁ শিল্পী সমাজত।

Photo: Google

Tags: AssamBijaylakshmiDeathsingerঅসমদেহাৱসানবিজয়লক্ষ্মী
Previous Post

পৰিয়ালৰ কথা ভাবক; যাৰ কবলত আছে, কোনোৱে বিভ্ৰান্তি সৃষ্টি নকৰি ৰিতুল শইকীয়াক মুকলি কৰকঃ আছু

Next Post

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনা আৰম্ভ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনা আৰম্ভ

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনা আৰম্ভ

ৰাজ্যজুৰি আৰম্ভ হ’ল বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ভোটগণনা

ৰাজ্যজুৰি আৰম্ভ হ’ল বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ভোটগণনা

৫৫০০ ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল, কোন সমষ্টিত কোন দল আগবাঢ়িছে?

৫৫০০ ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল, কোন সমষ্টিত কোন দল আগবাঢ়িছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8