• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি আন্তৰ্জাতিক যোগ দিৱসঃ বছৰটোৰ আটাইতকৈ দীঘল দিন!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 21, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
আজি আন্তৰ্জাতিক যোগ দিৱসঃ বছৰটোৰ আটাইতকৈ দীঘল দিন!
Share on FacebookShare on Twitter

আজি আন্তৰ্জাতিক যোগ দিৱস। প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। আজি অষ্টম আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। বিশ্ব যোগ দিৱসৰ লক্ষ্য হৈছে মানুহক যোগৰ বিষয়ে সজাগ কৰা। বৰ্তমান সময়ত, নিজকে স্বাস্থ্যৱান আৰু চাপমুক্ত ৰাখিবলৈ যোগাসন কৰা হয়। যোগাভ্যাস কৰিলে আপোনাক বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। স্বাস্থ্যকৰ জীৱন যাপন কৰিবলৈ ভাল খাদ্যৰ সৈতে যোগ অতি গুৰুত্বপূৰ্ণ।

প্ৰথম আন্তৰ্জাতিক যোগ দিৱস ২১ জুন, ২০১৫ চনত পালন কৰা হৈছিল। সমগ্ৰ বিশ্বৰ লোকসকলক এই বিষয়ে সজাগ কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰতৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। প্ৰকৃততে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৭ ছেপ্টেম্বৰ, ২০১৪ চনত যোগ দিৱসৰ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ পিছত ১৭৭ খন দেশে ২১ জুন,২০১৪ চনত ৰাষ্ট্ৰসংঘত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।

প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই দিনটো গোটেই বছৰটোৰ আটাইতকৈ দীঘল দিন। সূৰ্যৰ পোহৰ এই দিনটোত সৰ্বাধিক। এনে পৰিস্থিতিত, যোগৰ নিৰন্তৰ অভ্যাসে এজন ব্যক্তিক দীঘলীয়া জীৱন প্ৰদান কৰে।

ইফালে, কৰ্ণাটক ভ্ৰমণৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাইচুৰৰ পেলেচ গ্ৰাউণ্ডত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত প্ৰায় ১৫,০০০ লোকে প্ৰধানমন্ত্ৰীৰ সৈতে যোগাভ্যাস কৰিছিল। যোগ শুভাৰম্ভ কৰাৰ পূৰ্বে অনুষ্ঠানটোত উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশ আৰু বিশ্ববাসীক শুভেচ্ছা জ্ঞাপন কৰে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

ফেৰীৰ পৰা নদীত পৰিল গাড়ীসহ চালক, এতিয়াও নাই সন্ধান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ফেৰীৰ পৰা নদীত পৰিল গাড়ীসহ চালক, এতিয়াও নাই সন্ধান

ফেৰীৰ পৰা নদীত পৰিল গাড়ীসহ চালক, এতিয়াও নাই সন্ধান

EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

চাৰি দিনত ৪০ ঘণ্টা জেৰা! আজি পুনৰ ৰাহুল গান্ধীক তলব EDৰ

চন্দ্ৰলৈ যাব নেকি! ২০২৫ চনৰ পৰা চন্দ্ৰলৈ যাবলৈ ভাড়াত ল’ব পাৰি’ব এখন বিশেষ বাহন

চন্দ্ৰলৈ যাব নেকি! ২০২৫ চনৰ পৰা চন্দ্ৰলৈ যাবলৈ ভাড়াত ল’ব পাৰি'ব এখন বিশেষ বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8