• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১ এপ্ৰিলৰ পৰা বাতিল হ’ব ১৫ বছৰ পুৰণি বাহন!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 20, 2023
in ৰাজনীতি, অসম
1 min read
0
১ এপ্ৰিলৰ পৰা বাতিল হ’ব ১৫ বছৰ পুৰণি বাহন!
Share on FacebookShare on Twitter

১ এপ্ৰিলৰ পৰা ১৫ বছৰ পুৰণি সকলো চৰকাৰী বাহন বাতিল কৰা হ’ব। বিশেষকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰতকৈ পুৰণি পৰিবহন নিগমৰ বাহন অন্তৰ্ভুক্ত আছে।

পথ পৰিবহণ ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰতকৈ অধিক পুৰণি বাহনৰ পঞ্জীয়ন ১ এপ্ৰিলৰ পৰা বাতিল কৰা হ’ব। সকলোবোৰ বাহনক পঞ্জীভুক্ত স্ক্ৰেপ কেন্দ্ৰত ধ্বংস কৰা হ’ব। অৱশ্যে এই নিয়ম দেশৰ সুৰক্ষা আৰু আইন-শৃংখলা তথা আভ্যন্তৰীণ সুৰক্ষা ৰক্ষণা বেক্ষণৰ বাবে ব্যৱহাৰ কৰা বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

২০২১-২২ বৰ্ষৰ বাজেটত ঘোষণা কৰা নীতি অনুসৰি ২০ বছৰৰ পিছত ব্যক্তিগত বাহনৰ ফিটনেচ পৰীক্ষা আৰু বাণিজ্যিক বাহনসমূহে ১৫ বছৰৰ পিছত ফিটনেছ পৰীক্ষা কৰিব লাগিব। আনহাতে ১ এপ্ৰিল ২০২২-ৰ পৰা কাৰ্যকৰী হোৱা নীতিৰ অধীনত, কেন্দ্ৰই কৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰে স্ক্ৰেপত সলনি কৰা বাহনৰ দ্বাৰা নতুন বাহন ক্ৰয় কৰিলে ২৫ শতাংশ ৰেহাই পাব।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

প্ৰধানমন্ত্ৰীয়ে ৭১,০০০ যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ

প্ৰধানমন্ত্ৰীয়ে ৭১,০০০ যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ

গুৱাহাটীত জব্দ ২ কোটি টকাৰ গাঞ্জা

গুৱাহাটীত জব্দ ২ কোটি টকাৰ গাঞ্জা

সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক ‘বৈষ্ণৱ প্ৰাণ’ উপাধি প্ৰদান

সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক 'বৈষ্ণৱ প্ৰাণ' উপাধি প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8