• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত জব্দ ২ কোটি টকাৰ গাঞ্জা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 20, 2023
in ক্ৰাইম, গুৱাহাটী
1 min read
0
গুৱাহাটীত জব্দ ২ কোটি টকাৰ গাঞ্জা
Share on FacebookShare on Twitter

মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলোৱা এক অভিযানত বৃহস্পতিবাৰে  নাগালেণ্ডৰ পঞ্জীয়নভুক্ত NL 01K 3095 নম্বৰৰ মালবাহী ট্ৰাকৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৩২০ কেজি গাঞ্জা৷ ট্ৰাকখনত এক গোপন চেম্বাৰ বনাই দুই সৰবৰাহকাৰী ক্ৰমে ৰাজু দে আৰু থংগীয় মগে মণিপুৰৰ পৰা বিহাৰলৈ বুলি গাঞ্জাখিনি লৈ যোৱাৰ সময়তে মহানগৰ আৰক্ষীয়ে জব্দ কৰিব সক্ষম হয়৷

#AssamAgainstDrugs

In a major operation, @GuwahatiPol intercepted a truck traveling from a neighbouring state and seized 320 kg of cannabis hidden in its secret chamber, to be delivered in Assam.

Also apprehended an accused.

Excellent work @assampolice. Keep it up 👏 pic.twitter.com/kMuvIKZawW

— Himanta Biswa Sarma (@himantabiswa) January 20, 2023

জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি আটক কৰা দুই সৰবৰাহকাৰীক গীতানগৰ থানাত জেৰা অব্যাহত ৰাখিছে৷

Previous Post

প্ৰধানমন্ত্ৰীয়ে ৭১,০০০ যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ

Next Post

সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক ‘বৈষ্ণৱ প্ৰাণ’ উপাধি প্ৰদান

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
Next Post
সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক ‘বৈষ্ণৱ প্ৰাণ’ উপাধি প্ৰদান

সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক 'বৈষ্ণৱ প্ৰাণ' উপাধি প্ৰদান

গুজৰাট হিংসাৰ ওপৰত BBCয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ কেৱল প্ৰচাৰৰ অংশ!

গুজৰাট হিংসাৰ ওপৰত BBCয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ কেৱল প্ৰচাৰৰ অংশ!

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8