• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 10, 2022
in ক্ৰাইম, অসম
1 min read
0
কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দ
Share on FacebookShare on Twitter

কাছাৰ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে দুই লাখ YABA টেবলেট৷ শিলচৰ- আইজল ৰাষ্ট্ৰীয় পথত তালাচী চলাই AS25-TC-1582 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰা হয় টেবলেটখিনি৷ ট্ৰাকৰ গোপন চেম্বাৰত ২০ টা পেকেটত লুকাই অনা টেবলেটৰ সৈতে ৫ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ 

এই তিনিজন চন্দন ডালু, মেধিৰাজ হাজং আৰু ৰাজদীপ পাল আৰু মেঘালয় খাছিহিলছৰ বাহদুহ ওৱাৰ ভালাং৷ ধৃত ব্যক্তি কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পশ্চিম ত্ৰিপুৰাৰ সুমন সৰকাৰ নামৰ এজন ড্ৰাগছ ক্ৰেতাক শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

জব্দ কৰা টেবলেটখিনি মিজোৰামৰ চাম্পাই জিলাৰ পৰা কাছাৰৰ মাজেৰে বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী সকলে৷ জব্দ কৰা টেবলেটৰ মূল্য ৫০ কোটি টকাতকৈও অধিক হ’ব বুলি সদৰী কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তই ।

Previous Post

আজি শ্বহীদ দিৱস

Next Post

ফটাশিল আমবাৰীৰ অগ্নিকাণ্ডত জাহ গ’ল ১৫০টা ঘৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
ফটাশিল আমবাৰীৰ অগ্নিকাণ্ডত জাহ গ’ল ১৫০টা ঘৰ

ফটাশিল আমবাৰীৰ অগ্নিকাণ্ডত জাহ গ'ল ১৫০টা ঘৰ

অসম-অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ

অসম-অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ

গুৱাহাটীৰ কমাৰ্চত পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে চেইন

গুৱাহাটীৰ কমাৰ্চত পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে চেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8