• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰিলে ডিব্রুগড়ৰ পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 22, 2022
in সংবাদ, অসম, ক্ৰাইম
1 min read
0
দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰিলে ডিব্রুগড়ৰ পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক!
Share on FacebookShare on Twitter

ডিব্রুগড়ত নিশা দুৰ্নীতি নিবাৰক শাখাই চলোৱা অভিযানত পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক গ্রেপ্তাৰ কৰাৰ লগতে হাজৰিকাৰ বাসগৃহৰ পৰা বহু নথি-পত্র, নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে এনফ’ৰ্চমেণ্ট বিষয়া উজ্জ্বল বৰুৱাৰ বাসগৃহতো তালাচী চলালে দুৰ্নীতি নিবাৰক শাখাই। জ্যোতিনগৰস্থিত বাসগৃহত অভিযান চলাই জব্দ কৰে নগদ ৮২ হাজাৰ টকা। আনহাতে শীঘ্ৰেই দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত উজ্জ্বল বৰুৱাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।

In continuation of @DIR_VAC_ASSAM action against corruption at DTO office Dibrugarh, searches have been carried out at residence of Sri Sanjib Hazarika DTO Dibrugarh. Till now Rs.7,03,800 unaccounted cash recovered and 87k demonetized notes found. @assampolice @CMOfficeAssam pic.twitter.com/nFQlEgDzuE

— GP Singh (@gpsinghips) October 21, 2022

উল্লেখ্য যে, পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ একাধিক বিষয়াৰ বাসগৃহতো নিশা তালাচী চলোৱা হয়। নিম্নবৰ্গৰ সহায়িকা দিতিমণি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত চলিছিল এই অভিযান।

Previous Post

ই আঁচনিৰ অধীনত আজি ৭৫ হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰিব প্ৰধনামন্ত্ৰীয়ে

Next Post

কেদাৰনাথত নিৰ্মাণ হ’ব ৰ’পৱে, প্ৰধানমন্ত্ৰীয়ে কৰিলে শিলান্যাস

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
কেদাৰনাথত নিৰ্মাণ হ’ব ৰ’পৱে, প্ৰধানমন্ত্ৰীয়ে কৰিলে শিলান্যাস

কেদাৰনাথত নিৰ্মাণ হ'ব ৰ'পৱে, প্ৰধানমন্ত্ৰীয়ে কৰিলে শিলান্যাস

হিন্দু ৰাষ্ট্ৰ মহাসভাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্বত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী

হিন্দু ৰাষ্ট্ৰ মহাসভাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্বত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী

ABPSSPৰ অসমৰ আহ্বায়ক হিচাপে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ কমলেশ চন্দ্ৰ চৌধুৰীক নিযুক্তি

ABPSSPৰ অসমৰ আহ্বায়ক হিচাপে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম'ডৰ কমলেশ চন্দ্ৰ চৌধুৰীক নিযুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8