• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

তেজপুৰত আজি অসম চৰকাৰৰ কেবিনেট বৈঠক, বহু গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনা

নিউজ ডেস্ক by নিউজ ডেস্ক
June 11, 2022
in ৰাজনীতি, অসম
1 min read
0
তেজপুৰত আজি অসম চৰকাৰৰ কেবিনেট বৈঠক, বহু গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনা
Share on FacebookShare on Twitter

আজি তেজপুৰত অনুষ্ঠিত হব অসম চৰকাৰৰ কেবিনেট বৈঠক। হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত এইখন হৈছে প্ৰথমখন কেবিনেট। ইফালে দিছপুৰত বাহিৰত অনুষ্ঠিত হোৱা বৈঠক সমূহৰ ভিতৰত এইখন হৈছে চতুৰ্থখন কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে জিলাখন আটকধুনীয়াকৈ সজাই তোলা হৈছে।

ইফালে বৈঠকৰ পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰিছে যে, মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিব তেজপুৰৰ উন্নয়নৰ ভাল লগা কথা। আজিৰ বৈঠকত তেজপুৰৰ লগতে ৰাজ্যৰ অন্ত প্ৰান্তৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৰাজ্য চৰকাৰে। এইদৰে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যৰ সম্পৰ্কত বিত্তমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্যৰ চুক কোণৰ প্ৰতিটো সমস্যা যাতে স্বচক্ষে বুজিব পৰা যাই তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মাজুলী, জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগেঃ ৰূপজ্যোতি কুৰ্মী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মাজুলী, জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগেঃ ৰূপজ্যোতি কুৰ্মী

মাজুলী, জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগেঃ ৰূপজ্যোতি কুৰ্মী

মেট্ৰিকত শূন্য উত্তীৰ্ণ বিদ্যালয়ক কৈফিয়ৎ তলব শিক্ষা সঞ্চালকালয়ৰ!

মেট্ৰিকত শূন্য উত্তীৰ্ণ বিদ্যালয়ক কৈফিয়ৎ তলব শিক্ষা সঞ্চালকালয়ৰ!

আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ’ল মেৰী কম!

আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ'ল মেৰী কম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8