• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মুখ্যমন্ত্ৰীৰ কাৰ্যত মঠ-মন্দিৰত দুঘণ্টা ধৰি বাজি উঠিব ঘণ্টাধ্বনি!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
মুখ্যমন্ত্ৰীৰ কাৰ্যত মঠ-মন্দিৰত দুঘণ্টা ধৰি বাজি উঠিব ঘণ্টাধ্বনি!
Share on FacebookShare on Twitter

অহা ২৫ মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে যোগী আদিত্যনাথ৷ এইবেলি যোগী আদিত্যনাথৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ কাৰ্যসূচী কিছু ব্যতিক্ৰমী হ’ব যেন ধাৰণা কৰা হৈছে৷ কিয়নো, উত্তৰ প্ৰদেশৰ নৱ-নিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণতে দেশৰ ৰাজনৈতিক ইতিহাসত নোহোৱা নোপজা ঘটনা ঘটিবলৈ গৈ আছে৷

খবৰ অনুসৰি, ২৫ মাৰ্চত যোগী আদিত্যনাথৰ শপত গ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মন্দিৰসমূহত সম্পূৰ্ণ দুঘণ্টাৰ বাবে বজোৱা হ’ব শংখ-ঘণ্টা৷ যোগীৰ শপতগ্ৰহণৰ সময়ছোৱাক শংখ আৰু ঘণ্টাধ্বনিৰে মুখৰিত কৰি ৰাখিবলৈ প্ৰস্তুতি চলাইছে উত্তৰ প্ৰদেশ বিজেপিয়ে৷ অকল শংখ, ঘণ্টাই নহয়, শপতগ্ৰহণক কেন্দ্ৰ কৰি প্ৰতিটো মুখ্য চাৰিআলিত লগোৱা হ’ব বৃহদাকাৰৰ হৰ্ডিং আৰু বেনাৰ৷

উত্তৰ প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গোবিন্দ নাৰায়ণ শুক্লাই জাৰি কৰা নিৰ্দেশনা অনুসৰি, ২৫ মাৰ্চত লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজ্যখনৰ সকলো জিলা, মণ্ডল আৰু শক্তিকেন্দ্ৰৰ কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ বাবে, জিলা সভাপতিসকলক এখন তালিকা প্ৰস্তুত কৰিবলৈ আৰু ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

Previous Post

উপায়ুক্তক অৱগত নকৰাকৈ চাকৰিয়ালে এৰিব নোৱাৰিব জিলা!

Next Post

৯০খন বাহন জব্দঃ কৰফাঁকি দিয়াসকললৈ চূড়ান্ত সকীয়নি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
৯০খন বাহন জব্দঃ কৰফাঁকি দিয়াসকললৈ চূড়ান্ত সকীয়নি

৯০খন বাহন জব্দঃ কৰফাঁকি দিয়াসকললৈ চূড়ান্ত সকীয়নি

চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব লালুপ্ৰসাদক

চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব লালুপ্ৰসাদক

নিউজ বুলেটিন

নিউজ বুলেটিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8