• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আকাশমাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 23, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
আকাশমাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ!
Share on FacebookShare on Twitter

বানপীড়িত শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংসদ ৰাজদ্বীপ ৰয়, উপায়ুক্ত, এছ পিৰ সৈতে আকাশমাৰ্গেৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত, ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতেও তেওঁ বাৰ্তালাপ কৰে।

Made an aerial survey of flood-hit Silchar along with Hon MP @drrajdeeproy, DC & SP Cachar.

Afterwards, I will visit the affected areas & interact with people, besides reviewing the situation with Cachar district administration for expediting our relief efforts. pic.twitter.com/BHdMwQcXcm

— Himanta Biswa Sarma (@himantabiswa) June 23, 2022

লগতে বান সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ কাছাৰৰ ডিচি কাৰ্যালয়ত বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত সভাপতিত্ব কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কাছাৰ জিলা প্ৰশাসনক স্থানীয় লোক আৰু জনপ্ৰতিনিধিৰ সহায়ত শিলচৰ চহৰত ৱাৰ্ড অনুসৰি মাইক্ৰ’ পৰ্যায়ৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে।

Chaired a meeting with senior officials of various govt depts at DC office, Cachar to take stock of flood relief & rescue operations. Directed district administration to prepare ward wise micro level plan with the help of local people and public representatives for Silchar town. pic.twitter.com/hdhfuanVee

— Himanta Biswa Sarma (@himantabiswa) June 23, 2022

খাদ্য সামগ্ৰী, পানীৰ বটল আৰু অত্যাৱশ্যকীয় সামগ্ৰী থকা পেকেটবোৰ আজি হেলিকপ্টাৰেৰে বানপীড়িত শিলচৰত এয়াৰড্ৰপ কৰা হয়। নিয়মীয়া সকাহৰ উপৰিও আগন্তুক দিনবোৰত আৱদ্ধ লোকসকলৰ বাবে এনে ধৰণৰ এয়াৰ-ড্ৰপিং অব্যাহত ৰখাৰ পৰিকল্পনা কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Previous Post

গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহ’বঃ ৰিপুণ বৰা

Next Post

গুৱাহাটী বিশ্ববিদ্যালয়ে স্থগিত কৰিলে স্নাতক মহলাৰ পৰীক্ষা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটী বিশ্ববিদ্যালয়ে স্থগিত কৰিলে স্নাতক মহলাৰ পৰীক্ষা!

গুৱাহাটী বিশ্ববিদ্যালয়ে স্থগিত কৰিলে স্নাতক মহলাৰ পৰীক্ষা!

দীপৰ বিলৰ বাঢ়নী পানীত বৰ্তমানো প্লাবিত হৈ আছে বহু অঞ্চল

দীপৰ বিলৰ বাঢ়নী পানীত বৰ্তমানো প্লাবিত হৈ আছে বহু অঞ্চল

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত প্ৰাইজমানি দৌৰ সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত প্ৰাইজমানি দৌৰ সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8