• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 11, 2022
in ৰাজনীতি, অসম
1 min read
0
কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা!
Share on FacebookShare on Twitter

যোৱা ৮ জুনত অনুষ্ঠিত হোৱা কাৰ্বিআংলং স্বায়িত্ব শাসিত পৰিষদৰ ভোট গণনা দেওবাৰে ৰাতিপুৱাৰে পৰা আৰম্ভ হ’ব। ইতিমধ্যে ভোট গণনাৰ বাবে সাজু হৈছে ডিফু, হামৰেন আৰু বৈঠালাংছো।

দুৱাৰ আমলা সমষ্টিৰ দুটা পুলিং ষ্টেচনত ১০ জুনত হৈছিল পুনৰ ভোটগ্ৰহণ। এদিন বিৰতিৰ পিছত দেওবাৰে ৰাতিপুৱাৰ পৰা দুখন পাহাৰীয়া জিলাৰ তিনিটা স্থানত হ’ব ভোট গণনা। ডিফু চৰকাৰী বয়জ স্কুলত হ’ব ১০ টা সমষ্টিৰ গণনা। হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ’ব ৯ টা সমষ্টিৰ ভোট গণনা। বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ টা সমষ্টিৰ ভোট গণনা হ’ব। ডিফুত ভোট গণনা হ’ব লুম্বাজং, ধনশিৰি, সিংহাসন, লাংফেৰ, ফুলনি, লাংহিন, মহামায়া, কৰকান্থী, নমাটি, হাওৰাঘাট সমষ্টিৰ। হামৰেনত হ’ব দুৱাৰ আমলা, চিংথং, ৰংখাং, অমৰি, বিথুং ৰেংথেমা, চোচেং, হামৰেন, কপিলী আৰু আমৰেং সমষ্টিৰ ভোট গণনা।

বৰজান, চোচেং ধেন্টা, নিলিপ, বোকাজান, দেওপানী, সৰুপথাৰ আৰু দুৱাৰ বাগৰি সমষ্টিৰ ভোট গণনা বোকাজানত কৰা হ’ব। ২৬ টা সমষ্টিত ১৬৫ গৰাকীৰ ভাগ্য বন্দী হৈছে বেলট বাকছত। অৱশ্যে ভোট গণনাৰ এদিন পূৰ্বে গুৱাহাটীত APHLC য়ে সংবাদ মেল অনুষ্ঠিত কৰি সমালোচনা কৰে বিজেপিক। APHLCৰ মুৰব্বী জন ইংতি কাথাৰৰ মতে বিজেপিয়ে ৰিগিঙৰ আশ্ৰয় লৈছে। শাসকীয় বিজেপিৰ লগতে প্ৰধান বিৰোধী কংগ্ৰেছ, APHLC, ASDC, CPI (ML) ৰ মাজত হৈছে প্ৰতিদ্বন্দিতা।

Previous Post

আজিৰ তেজপুৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

Next Post

ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ

ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকচত হিমা-অম্লানৰ শ্ৰেষ্ঠত্ব

ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকচত হিমা-অম্লানৰ শ্ৰেষ্ঠত্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8