• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 24, 2022
in ৰাজনীতি, অসম
1 min read
0
আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ
Share on FacebookShare on Twitter

বিগত দিনবোৰত এজনৰ পিছত আনজন যুৱক সন্ধানহীন হোৱাৰ পিছত সন্দেহ কৰা হৈছে যে এই যুৱকসকলে আলফা (স্বা)ত (ULFA-I) যোগদান কৰিছে। কেইদিনমান পূৰ্বে মহানগৰীৰ দুই যুৱতীকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তৰ বহুকেইগৰাকী যুৱকে আলফাত যোগদানৰ খবৰ ওলাইছে। এই ঘটনাক লৈ চিন্তিত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বুধবাৰে লোকসভাত এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰে।

তেওঁ কয় যে, বহু চেষ্টা আৰু ত্যাগৰ বিনিময়ত শান্তি আৰু বিকাশৰ পৰিৱেশ স্থাপনৰ পিছত ৰাজ্যখনত পুনৰ যুৱক–যুৱতীসকল আলফাত যোগদান কৰিবলৈ লৈছে। যিটো উদ্বেগজনক, কিয়নো এসময়ত ৰাজ্যখনৰ বিকাশ স্তব্ধ হৈ গৈছিল উগ্ৰপন্থীজনিত সমস্যাৰ বাবে। গতিকে আলফালৈ পুনৰ যুৱক–যুৱতীৰ গমনৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি ইয়াৰ কাৰণ উলিয়াই কেন্দ্ৰই ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি বিশেষ ব্যৱস্থা ল’ব লাগে।

সাংসদ গগৈয়ে নিবনুৱা সমস্যাৰ বাবেই আলফালৈ যুৱকৰ নতুন গমন আৰম্ভ হোৱাৰ বিষয়ে সদৰী কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু বৈদেশিক মন্ত্ৰালয়লৈ আহ্বান জনায় যাতে এই বিষয়টো গুৰুত্ব সহকাৰে লয়।

Previous Post

৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Next Post

পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ স্বামীৰ নাই!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ স্বামীৰ নাই!

পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ স্বামীৰ নাই!

শেষ সীমা ৩১ মাৰ্চ! সমস্যা সমাধান নহ’লে আকৌ আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

শেষ সীমা ৩১ মাৰ্চ! সমস্যা সমাধান নহ'লে আকৌ আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

চিকিৎসালয়তে পুষ্পাৰ গীতত নৃত্য কৰিলে অভিনেতা কিশোৰ দাসে

চিকিৎসালয়তে পুষ্পাৰ গীতত নৃত্য কৰিলে অভিনেতা কিশোৰ দাসে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8