• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভাৰত জোড়ো যাত্ৰা এৰি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 14, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ভাৰত জোড়ো যাত্ৰা এৰি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে!
Share on FacebookShare on Twitter

ভাৰত জোড়ো যাত্ৰাৰ পৰা সাময়িক বিৰতি লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ ৰ বাবে দলৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিব। ২২ নৱেম্বৰত ৰাহুল গান্ধীয়ে গুজৰাট ভ্ৰমণ কৰিব। উল্লেখ্য যে গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৰাহুলৰ ভূমিকাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল। ইতিমধ্যে হিমাচল প্ৰদেশত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে আৰু এতিয়া ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে গুজৰাটলৈ যোৱাৰ সিদ্ধান্ত লৈছে।

ৰাহুল গান্ধীয়ে বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপিক বাধা দিবলৈ দলৰ প্ৰচাৰত সক্ৰিয় ভূমিকা পালন কৰিছিল। অন্যহাতে এইবাৰৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে বিজেপিৰ লগতে কংগ্ৰেছকো প্ৰত্যাহ্বান জনাইছে।  উল্লেখ্য যে, গুজৰাট বিধান সভা নিৰ্বাচন দুটা পৰ্যায়ত ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৮ ডিচেম্বৰত।

Previous Post

আজি ১৪ নৱেম্বৰ, শিশু দিৱস

Next Post

আজি নলবাৰী ৰাসত উপস্থিত থাকিব বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ
অসম

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ

September 21, 2023
বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ
সংবাদ

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ

September 21, 2023
Next Post
আজি নলবাৰী ৰাসত উপস্থিত থাকিব বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী

আজি নলবাৰী ৰাসত উপস্থিত থাকিব বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী

তিনিচুকীয়াৰ পেঙেৰীত গুলী চালনাৰ ঘটনা!

তিনিচুকীয়াৰ পেঙেৰীত গুলী চালনাৰ ঘটনা!

মুক্তি পালে বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’

মুক্তি পালে বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8