• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in প্ৰযুক্তি
1 min read
0
সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল
Share on FacebookShare on Twitter

অৰায়ন কেপছুল ৰবিবাৰে নিশা সুকলমে অৱতৰণ কৰে প্ৰশান্ত মহাসাগৰত। ২৬ দিনৰ বাবে পৃথিৱীৰ কক্ষপথ প্ৰদৰ্শন কৰি উভতি আহিছিল মহাকাশচাৰী কঢ়িয়াই নিয়া এই বাহন খন। অৱশ্যে NASAই পোন প্ৰথমবাৰৰ বাবে এনে উন্নত মানৰ উত্তৰ প্ৰজন্মৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰাৰ বাবে কোনো মহাকাশচাৰী কঢ়িয়াই নিয়া নাছিল যান খনে।

উল্লেখ্য যে, পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত তীব্ৰ বেগে সমুদ্ৰ পৃষ্ঠৰ দিশে নামি আহিছিল অৰায়ন কেপছুলটো। অৱশেষত সুকলমে সমুদ্ৰ পৃষ্ঠত অৱতৰণ কৰাৰ পাছত NASAই এই সমগ্ৰ অভিযানটোক সফল আখ্যা দিয়ে।

আনহাতে, ২০২৪ বৰ্ষৰ শেষৰ ভাগত অথবা ২০২৫ বৰ্ষৰ আৰম্ভণিত এই অভিযানটো পুনৰ হাতত ল’ব NASAই। কিন্তু এইবাৰ যানখনে কঢ়িয়াই নিব মহাকাশচাৰীক আৰু অৱতৰণ কৰাব চন্দ্ৰপৃষ্ঠত। প্ৰায় অৰ্ধ শতিকা পিছত চন্দ্ৰপৃষ্ঠত পুনৰ এবাৰ মানহৰ অৱতৰণে পূৰ্বতে উন্মোচন নোহোৱা বহু তথ্য প্ৰকাশ কৰিব বুলিও আশা কৰা হৈছে।

Previous Post

আজি গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে

Next Post

মালিগাঁৱত এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ অধিৱেশন

Related Posts

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ
প্ৰযুক্তি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 29, 2023
LG এ মুকলি কৰিলে নতুন ৱাই-ফাই কনভাৰ্টিবল চাইড বাই চাইড ফ্ৰীজ
প্ৰযুক্তি

LG এ মুকলি কৰিলে নতুন ৱাই-ফাই কনভাৰ্টিবল চাইড বাই চাইড ফ্ৰীজ

September 25, 2023
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ
অসম

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ

September 21, 2023
ইছৰ’ৰ সূৰ্য অভিযান! আজি দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে আদিত্য এল-১
প্ৰযুক্তি

ইছৰ’ৰ সূৰ্য অভিযান! আজি দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে আদিত্য এল-১

September 2, 2023
পৰৱৰ্তী সময়ত মংগল আৰু শুক্ৰ গ্ৰহত হ’ব সফল অৱতৰণঃ ইছৰোৰ অধ্যক্ষ
ৰাষ্ট্ৰীয়

পৰৱৰ্তী সময়ত মংগল আৰু শুক্ৰ গ্ৰহত হ’ব সফল অৱতৰণঃ ইছৰোৰ অধ্যক্ষ

August 24, 2023
প্ৰযুক্তি

চন্দ্ৰত ‘চন্দ্ৰযান-৩’ৰ অৱতৰণৰ মহেন্দ্ৰক্ষণৰ সাক্ষী হ’বলৈ বিশ্বজুৰি উৎকণ্ঠা

August 23, 2023
Next Post
মালিগাঁৱত এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ অধিৱেশন

মালিগাঁৱত এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ অধিৱেশন

ভুক্তভোগী পৰিয়ালক শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পশ্চিম গুৱাহাটীৰ বিধায়কৰ অনুৰোধ

ভুক্তভোগী পৰিয়ালক শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পশ্চিম গুৱাহাটীৰ বিধায়কৰ অনুৰোধ

কালমণি নৈত পুনৰ জাৱৰ -যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

কালমণি নৈত পুনৰ জাৱৰ -যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8