• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?

নিউজ ডেস্ক by নিউজ ডেস্ক
January 24, 2023
in News, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?
Share on FacebookShare on Twitter

কানাড়া সাহিত্যৰ নামজ্বলা সাহিত্যিক কে এছ ভগৱানেএক বিতৰ্কিত মন্তব্যৰে খলকনি তুলিছে সমগ্ৰ দেশত। কৰ্ণাটকৰ মাণ্ড্যাত আয়োজিত এক কাৰ্যসূচীত ভাষণ দি তেওঁ বাল্মিকীৰ ৰামায়ণৰ প্ৰসংগ উত্থাপন কৰি প্ৰশ্ন কৰে যে পত্নী সীতাৰ সৈতে ভগৱান ৰামচন্দ্ৰই একেলগে বহি বিয়লি সুৰা পান কৰিছিল। এনে এজন ব্যক্তি কিদৰে আদৰ্শ পুৰুষ হ’ব পাৰে? পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰই সীতাক বনবাস দিছিল বুলিও সাহিত্যিক ভগৱানে উল্লেখ কৰে।

তেওঁ আনকি কয় যে, গছৰ তলত তপস্যা কৰি থকা শাম্বুকৰ দৰে শূদ্ৰৰ ডিঙি কাটিবলৈ কুন্ঠাবোধ কৰা নাছিল ৰামচন্দ্ৰই। উল্লেখ্য যে, ভগৱান ৰামচন্দ্ৰই ১১ হেজাৰ বছৰ শাসন কৰা বুলি দাবী কৰা হৈছিল যদিও সাহিত্যিক ভগৱানৰ মতে তেওঁ মাত্ৰ ১১ বছৰহে শাসন কৰিছিল ।

আনহাতে, ইয়াৰ পূৰ্বেও ২০১৫ আৰু ২০১৮ বৰ্ষত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে আইন তথা ৰাইজৰ ৰোষৰ বলি হৈছিল সাহিত্যিকগৰাকী। ভাগৱত গীতা পঢ়া লোকসকল পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদী হয় বুলিও বিতৰ্কিত মন্তব্য আগবঢ়াইছিল কে এছ ভগৱানে।

Previous Post

২০২৪ চনৰ ভিতৰত আমেৰিকাৰ দৰে হ’ব ভাৰতৰ পথ সমূহ!

Next Post

২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱনা অধিক!

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱনা অধিক!

২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱনা অধিক!

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8