• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱনা অধিক!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 24, 2023
in সংবাদ, ৰাষ্ট্ৰীয়
1 min read
0
২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱনা অধিক!
Share on FacebookShare on Twitter

দেশৰ উচ্চতম ন্যায়ালয়ত গৰ্ভপাত সন্দৰ্ভত এক বিশেষ শুনানি হয়। ন্যায়ালয়ে ২৯ সপ্তাহৰ গৰ্ভৱতী যুৱতীৰ গৰ্ভপাত সন্দৰ্ভত শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে, এএছজি ঐশ্বৰ্য ভাটিক ভুক্তভোগীৰ সৈতে কথা পাতি পৰামৰ্শ দিবলৈ কয়। এইমছৰ বিশেষজ্ঞ সকলৰ এক প্ৰতিবেদন অনুসৰি, এই সময়ত গৰ্ভপাত দুয়োৰে স্বাস্থ্যৰ বাবে উপযুক্ত নহয়। কিয়নো এই সময়ত শিশুটো জীয়াই থকাৰ সম্ভাৱনা অধিক।

ন্যায়াধীশ জে বি পাৰ্ডিৱালাই সুধিছিল যে ভুক্তভোগী গৰাকীয়ে এই আবেদন সন্দৰ্ভত জ্ঞাত হয় নে নহয়। তেতিয়া যুৱতীগৰাকীৰ পৰিয়ালে কৈছিল যে বৰ্তমান তেওঁ পৰীক্ষা দি আছে। আৰু ২৮ জানুৱাৰীলৈ পৰীক্ষা চলিব। তাৰ পাছতে ন্যায়ালয় পৰৱৰ্তী শুনানিৰ দিন ২ ফেব্ৰুৱাৰী ধাৰ্য কৰে। ইয়াৰ পূৰ্বে ন্যায়ালয়ে ২০ বছৰীয়া অবিবাহিতা যুৱতীগৰাকীৰ ঘটনা সন্দৰ্ভত এইমচৰ চিকিৎসকক কমিটী গঠন কৰিবলৈ কৈছিল। ন্যায়ালয়ে প্ৰশ্ন কৰিছিল যে-২৯ সপ্তাহৰ পাছত গৰ্ভপাত সুৰক্ষিত হয় নে নহয়? লগতে ২০ জানুৱাৰীৰ ভিতৰত ৰিপোৰ্ট জমা দিবলৈ কৈছিল ন্যায়ালয়ে।

উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্টেম্বৰত গৰ্ভপাত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।ন্যায়ালয়ে কৈছিল যে – বিবাহিতা বা অবিবাহিতা সকলোৰে গৰ্ভপাত কৰাৰ অধিকাৰ আছে। আদেশৰ পাছত ২৪ সপ্তাহৰ ভিতৰত মহিলাক গৰ্ভপাত কৰাৰ অনুমতি দিছিল। ‘মেডিকেল টাৰ্মিনেশ্যন এফ প্ৰেগনেনচি এক্ট’ৰ অধীনত বিবাহিতা মহিলাৰ বিশেষ শ্ৰেণী, ধৰ্ষণৰ ভুক্তভোগী আৰু অন্যান্য দুৰ্বল মহিলা যেনে বিকলাঙ্গ আৰু নাবালিকাৰ বাবে গৰ্ভপাতৰ উৰ্ধতম সময়সীমা আছিল ২৪ সপ্তাহ।

Previous Post

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?

Next Post

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8