• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in News, অসম, সংবাদ
1 min read
0
ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল
Share on FacebookShare on Twitter

জনতাৰ মূৰত পুনৰ মূলবৃদ্ধিৰ মাধমাৰ । উৎকট গৰমৰ মাজতে ১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ ।
সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰতি ইউনিটৰ মাছুল ৫৯ পইচাকৈ বৃদ্ধিৰ কথা ঘোষণা কৰে অসম বৈদ্যুতিক নিয়ামক আয়োগৰ (আসাম ইলেক্টিচিটি ৰেগুলেটৰী কমিটিৰ চেয়াৰপাৰ্চন) অধ্যক্ষ সঞ্জয় কৃষ্ণই । তেওঁ কয় যে, প্ৰতিবছৰ পহিলা এপ্ৰিলত বৃদ্ধি কৰা হয় বিদ্যুতৰ মাচুল । ২০২০-২১ বৰ্ষৰ কোম্পানীৰ কামৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হৈছে এই নিৰিখ ।

উল্লেখ্য যে,২০২০-২১ বর্ষত ক’ভিডৰ বাবে যথেষ্ট প্ৰভাৱ পৰিছিল বিদ্যুৎ বিভাগত। বিগত ২টা বছৰত ৭৮০ কোটি টকাৰ লোকচান হৈছিল ।
পূৰ্বৰ লোকচান পুনৰ ঘূৰাই অনাৰ বাবে বৃদ্ধি কৰা হৈছে প্ৰতি ইউনিটত ৫৯ পইচকৈ । তাৎপৰ্যপূৰ্ণ কথা যে গৰমৰ সময়ত জনতাই অধিক ব্যয় কৰে বিদ্যুৎ। ৰাজ্যৰ অধিকাংশ অঞ্চলতে প্ৰয়োজন মতে উপলব্ধই নহয় বিদ্যুৎ। কিন্তু তাৰ পাছতো জনতাৰ মূৰত পুনৰ মাধমাৰ সোধাই বিভাগে সিদ্ধান্ত ল’লে মাচুল বৃদ্ধিৰ ।

Previous Post

জ্যোৎস্না কলিতাৰ শিশু গল্প পুথি “ভাল বন্ধু” উন্মোচন

Next Post

ৰেলৰ চেপাত নিহত এজন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰেলৰ চেপাত নিহত এজন

ৰেলৰ চেপাত নিহত এজন

স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!

স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!

মহানগৰীৰ ৰাজপথত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ ৰাজপথত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8