• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সফল হবলৈ হ’লে নম্বৰ নহয় প্ৰতিভাৰহে প্ৰয়োজন! উদাহৰণ- ভাৰুচৰ এইগৰাকী জিলা উপায়ুক্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in News, সংবাদ
1 min read
0
সফল হবলৈ হ’লে নম্বৰ নহয় প্ৰতিভাৰহে প্ৰয়োজন! উদাহৰণ- ভাৰুচৰ এইগৰাকী জিলা উপায়ুক্ত
Share on FacebookShare on Twitter

ভাৰুচৰ জিলা উপায়ুক্তৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীটত কেৱল উত্তীৰ্ণ হব পৰা নম্বৰ হে আহিছিল। তেওঁৰ মাৰ্কশ্বীটখন ২০০৯ চনৰ বেটচৰ আই.এ.এছে টুইটাৰত শ্বেয়াৰ কৰিছিল।

কোনোবাই পালেও বহুতে তেওঁলোকে কিমান নম্বৰ পাইছে ক’বলৈ সংকোচ কৰে, কিন্তু আজি আমি আপোনাক এনে এজন ব্যক্তিৰ বিষয়ে ক’বলৈ গৈ আছোঁ যিয়ে সামাজিক মাধ্যম যোগে সকলোকে কৈছিল যে তেওঁ ইংৰাজীত ১০০ নম্বৰৰ ভিতৰত মাত্ৰ ৩৫ নম্বৰহে পাবলৈ সক্ষম হৈছে। একেদৰে, গণিতত ১০০ নম্বৰৰ ভিতৰত ৩৬ নম্বৰ আৰু বিজ্ঞানত ৩৮ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইবোৰ হৈছে তেওঁৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰাপ্ত নম্বৰ। দশম শ্ৰেণীত উত্তীৰ্ণ হ’বলৈ তেওঁক কমেও ৩৩ নম্বৰৰ প্ৰয়োজন আছিল।

এই নম্বৰবোৰ হৈছে ভাৰুচৰ জিলা উপায়ুক্ত তুষাৰ সুমেৰাৰ। তেওঁ নিজৰ মাৰ্কশ্বীট সামাজিক মাধ্যমত ভাগ বতৰা কৰি লিখিছিল যে দশম শ্ৰেণীত তেওঁৰ কেৱল উত্তীৰ্ণ নম্বৰহে আহিছিল। ইমান কম নম্বৰ পোৱাৰ পিছত কেৱল গোটেই গাওঁতে নহয় বিদ্যালয়তো সকলোৱে কৈছিল যে তেওঁ কেতিয়াও একো কৰিব নোৱাৰে।

যি গৰাকীক সকলোৱে যে একো কৰিব নোৱাৰে বুলি, তেওঁ এতিয়া আই.এ.এছ। তুষাৰ ডি সুমেৰাই ২০১২ চনতে আই.এ.এছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু আই.এ.এছ হৈছিল। যেতিয়া ছত্তীশগড় কেডাৰৰ ২০০৯ বেটচৰ আই.এ.এছ আৱানীশ শৰণে তুষাৰ ডি সুমেৰাৰ মাৰ্কশ্বীটৰ বিষয়ে টুইট কৰিছিল, তেতিয়া তুষাৰ ডি সুমেৰাও টুইটাৰত আৱানীশ শৰণক ধন্যবাদ ছাৰ বুলি লিখিছিল।

“জীৱনত সফল হবলৈ হ’লে নম্বৰ নহয় প্ৰতিভাৰহে প্ৰয়োজন”- এই কথাষাৰৰ এক জীৱন্ত উদাহৰণ হৈছে তুষাৰ ডি সুমেৰা। আই.এ.এছ. হোৱাৰ আগতে তুষাৰ সুমেৰাই বি.এ. আৰু বি.এড. ডিগ্ৰী অৰ্জন কৰিছিল। ইয়াৰ পিছত তেওঁ সহকাৰী শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল। ২০১২ চনত তেওঁ ইউ.পি.এছ.চি. অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পদবী লাভ কৰি এজন আই.এ.এছ. বিষয়া হিচাপে স্বীকৃতি লাভ কৰে।

Previous Post

গ্ৰীষ্মকালত অধিক কণী খালে সমস্যাৰ সন্মুখীন হ’ব নেকি? জানো আহক।

Next Post

ঐক্যমত! শাৰদ পাৱাৰেই হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ঐক্যমত! শাৰদ পাৱাৰেই হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!

ঐক্যমত! শাৰদ পাৱাৰেই হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!

EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

“বোকা নৃত্য ছালৰ বাবে ভাল”- জুবিন গাৰ্গ

"বোকা নৃত্য ছালৰ বাবে ভাল"- জুবিন গাৰ্গ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8