• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গ্ৰীষ্মকালত অধিক কণী খালে সমস্যাৰ সন্মুখীন হ’ব নেকি? জানো আহক।

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in News, খাদ্যাভাস, সংবাদ
1 min read
0
গ্ৰীষ্মকালত অধিক কণী খালে সমস্যাৰ সন্মুখীন হ’ব নেকি? জানো আহক।
Share on FacebookShare on Twitter

কণী খাই ভাল নোপোৱা ব্যক্তি হয়তো কতো পোৱাই নাযাব। কণীৰ মূল্য কম আৰু ই পুষ্টিৰে পৰিপূৰ্ণ। সেয়ে, পুষ্টিবিদসকলে প্ৰতিদিনে কণী খাবলৈ পৰামৰ্শ দিয়ে। ভিটামিন-ডি, ভিটামিন-বি, জিংক, কেলচিয়াম এই সকলোবোৰৰ কণীত যথেষ্ট পৰিমাণে থাকে। কিন্তু, এইটো উৰাবাতৰি যে গ্ৰীষ্মকালত, দুটাতকৈ অধিক কণী খোৱা উচিত নহয়।

বহুলোকে গৰমৰ দিনত কণীৰ কুহুম নাখাবলৈ পৰামৰ্শ দিয়ে। কিয়নো, কণীৰ কুহুমে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰে। অত্যাধিক গৰমত দুটাতকৈ অধিক কণী খালে হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। হজমৰ সমস্যাও দেখা দিব পাৰে।

পুষ্টিবিদসকলৰ মতে, কণীৰ কুহুমতো যথেষ্ট খাদ্যগুণ থাকে। কণীৰ বগা অংশত গোটেই কণীটোত থকা প্ৰ’টিনৰ ৫০ শতাংশ থাকে। আনহাতে, কণীৰ কুহুমত গোটেই কণীটোত থকা কেলচিয়াম আৰু লোৰ ৯০ শতাংশ থাকে। গতিকে, যদি আপুনি কুহুমটো বাদ দিয়ে, শৰীৰপ্ৰয়োজনীয় পুষ্টিৰ পৰা বঞ্চিত হ’ব।

ইয়াৰোপৰি, কণীৰ কুহুমত অধিক পৰিমাণৰ কলেষ্টেৰলৰ লগতে ফলেট আৰু ভিটামিনও থাকে। যিটো চকু আৰু মগজুৰ বাবে অতি উপকাৰী। অৱশ্যে, টাইপ-২ ডায়বেটিচ থকা সকলৰ বাবে কণী খোৱাৰ আগতে পুষ্টিবিদৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

Previous Post

ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ বলিউডৰ অভিনেতাৰ পুত্ৰ

Next Post

সফল হবলৈ হ’লে নম্বৰ নহয় প্ৰতিভাৰহে প্ৰয়োজন! উদাহৰণ- ভাৰুচৰ এইগৰাকী জিলা উপায়ুক্ত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সফল হবলৈ হ’লে নম্বৰ নহয় প্ৰতিভাৰহে প্ৰয়োজন! উদাহৰণ- ভাৰুচৰ এইগৰাকী জিলা উপায়ুক্ত

সফল হবলৈ হ'লে নম্বৰ নহয় প্ৰতিভাৰহে প্ৰয়োজন! উদাহৰণ- ভাৰুচৰ এইগৰাকী জিলা উপায়ুক্ত

ঐক্যমত! শাৰদ পাৱাৰেই হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!

ঐক্যমত! শাৰদ পাৱাৰেই হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!

EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8