পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ।
খাৰঘূলীৰ ৰেভ পাৰ্টি এনডিপিএছ গোচৰত দিল্লীৰ পৰা কোকেইন যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ এছ/অ’ বিকাশ চৌধুৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে।
বিশাল চৌধুৰীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল।
আৰক্ষীয়ে পলায়ন প্ৰতিহত কৰিবলৈ গুলীচালনা কৰিব লগা হৈছিল বুলি জানিবলৈ দিয়ে।