বৰ্তমান চৰকাৰৰ দিনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জেললৈ পঠায় । “হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গ্ৰেপ্তাৰ হোৱা হলে এনকাউন্টাৰ হ’লহেতেন “। এই মন্তব্য অখিল গগৈৰ । বৰ্তমান চৰকাৰৰ দিনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জেললৈ পঠায় । হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীও,গৃহমন্ত্ৰীও,ডিজিপিও সকলো। ইয়াৰ উপৰি কা বিৰোধী আন্দোলন পুনৰ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান অখিল গগৈৰ ।
যোৰহাটত এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ । কা আন্দোলন মষিমূৰ কৰিবলৈ যোৰহাট আদালতত হাজিৰ হৈ অখিল গগৈয়ে এই বিস্ফোৰক মন্তব্য কৰে
ইপিনে বইদায়ক গৰাকীয়ে কয় যে, এতিয়া যদি আমি কা আন্দোলনৰ কৰো তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনকাউণ্টাৰ কৰিলে হয় ।