• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত শক্তি পৰীক্ষাত অৱতীৰ্ণ দ্য গ্ৰেট খালি

মৈথন ষ্টীলৰ প্ৰকৃত শক্তি প্ৰদৰ্শন খালিৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 7, 2022
in ব্যৱসায়, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী
1 min read
0
গুৱাহাটীত শক্তি পৰীক্ষাত অৱতীৰ্ণ দ্য গ্ৰেট খালি
Share on FacebookShare on Twitter

আন্তৰ্জাতিক খ্যাতিসম্পন্ন আৰু শক্তিশালী ব্যক্তিত্বৰ দ্য গ্ৰেট খালিয়ে মৈথন ষ্টীলৰ উৎকৃষ্ট মানদণ্ড আৰু নিজা ঘৰ নিৰ্মাণত মৈথন ব্যৱহাৰৰ সম্পৰ্কে জনাবলৈ আজি “ধম টেষ্ট” মুকলিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, “মৈথন টিএমটি হৈছে বিশ্ব চেম্পিয়ন, কাৰণ ই সকলো আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত উত্তীৰ্ণ হৈছে। “ধম টেষ্ট” য়ে মৈথন ভাৰতৰ গৌৰৱ প্ৰমাণ কৰিব। সেইকাৰণেই মৈথনে মোৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰিছে” গণ উপভোক্তা সজাগতাৰ বাবে “ধম টেষ্ট” টিভিচি প্ৰচাৰিত হৈ আছে, বিভিন্ন কাষ্টমাৰ পইন্ট আৰু ডিলাৰ শ্বপত প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰীসকলৰদ্বাৰা টিএমটি ৰিবাৰ ক্ৰয়ৰ পূৰ্বে ইয়াৰ সৰ্বশ্ৰেষ্ঠ মানদণ্ডক প্ৰশংসা আৰু মূল্যায়নৰ বাবে লাইভ প্ৰদৰ্শনৰ পৃথক পৰিকল্পনা কৰা হৈছে, যিয়ে উপভোক্তা আৰু ডিলাৰৰ ক্ৰয়ত সহজ কৰি তুলিব।

আজি গুৱাহাটীত আয়োজিত এক সংবাদমেলত মৈথন ষ্টীলৰ সঞ্চালক মধুৰ আগৰৱালাই কয় যে, দ্য গ্ৰেট খালি সদায়েই ব্ৰেণ্ড এম্বেচেডৰ হিচাপে অনুপ্ৰেৰণা হৈ অহাৰ কাৰণ তেওঁ কেৱল নিৰন্তৰ শক্তি প্ৰতিষ্ঠা কৰাৰ বাবেই নহয়, বৰঞ্চ তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব আৰু WWE চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধাসকলক পৰাজিত কৰাৰ গৌৰৱ। একেদৰে মৈথন ষ্টীলেও একাধিক আন্তৰ্জাতিক শক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু আন্তৰ্জাতিক মানদণ্ড অতিক্ৰম কৰিছে। আমাৰ ব্ৰেণ্ড এম্বেচেডৰজন মৈথন ষ্টীলৰ দৰেই নিকা ভাৱমূৰ্তিসম্পন্ন, কোনো বিতৰ্ক নাই; একেদৰে যোৱা দশকটোত আমি শূন্য মানদণ্ড সম্পৰ্কীয় অভিযোগৰে এক প্ৰসিদ্ধ উপভোক্তা ব্ৰেণ্ড হৈ পৰিছো।

সঞ্চালক কৌশল আগৰৱালাই কয় যে, ‘ধম টেষ্ট’ হৈছে সৰ্বোচ্চ মানদণ্ড আৰু শক্তিক অনুসৰণ কৰা মৈথন ষ্টীল টিএমটি ৰিবাৰৰ প্ৰদৰ্শন, যি সমাজ আৰু দেশখনলৈ সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ ষ্টীল আগবঢ়াবলৈ কোম্পানীটোৰ অংগীকাৰৰ নিশ্চিতকৰণ।”

Previous Post

গ্ৰীষ্মকালত শৰীৰ আৰু ছালৰ বাবে অৱলম্বন কৰিবলগা কেইটামান সহজ নিয়ম

Next Post

অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে আইন উলংঘাৰ অভিযোগ

Related Posts

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান
ৰাজনীতি

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান

June 6, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন
সংবাদ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2023
গুৱাহাটী বিমানকোঠত, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ইলেক্ট্ৰিক টাগ ষ্টেশ্যন মুকলি
সংবাদ

গুৱাহাটী বিমানকোঠত, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ইলেক্ট্ৰিক টাগ ষ্টেশ্যন মুকলি

June 6, 2023
Next Post
অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে আইন উলংঘাৰ অভিযোগ

অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে আইন উলংঘাৰ অভিযোগ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

“অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ’ব লাগে ” : মুখ্যমন্ত্রী

"অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে " : মুখ্যমন্ত্রী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8