চাকৰি

এতিয়াৰে পৰা এক টকাৰ ঘোচ নিদিয়াকৈ মৎস উদ্যোগীয়ে লাভ কৰিব পাৰিব লেছি বা মহল

শুকুৰবাৰে অসম মীন উন্নয়ন নিগম লিমিটেডৰ অন্যতম সঞ্চালক মণ্ডলী হিচাপে নতুন কাৰ্যভাৰ গ্ৰহণ কৰে যাদৱ হালদাৰে। মীন নিগমৰ নতুন সঞ্চালক...

Read more

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা

২১ জুলাইত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ মৌখিক পৰীক্ষা। গুৱাহাটীৰ কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই পৰীক্ষা।...

Read more

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ বদল, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি

ৰাজ্যৰ প্ৰশাসনত ব্যাপক সাল-সলনি। কৃষি বিভাগৰ অতিৰক্ত মুখ্য সচিব ড০ আশীষ কুমাৰ ভোটানীক ARIASৰ অতিৰিক্ত অধ্যক্ষ হিচাপে দায়িত্ব। আয়ুক্ত সচিব...

Read more

জুলাইৰ শেষত অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ পৰীক্ষা!

স্বাস্থ্যবিভাগৰ চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। জুলাইৰ অন্তত নতুবা আগষ্টৰ প্ৰথম সপ্তাহতে পৰীক্ষা অনুষ্ঠিত কৰাৰ...

Read more

বন বিভাগৰ কেজুৱেল শ্ৰমিকক শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী

সদৌ অসম বন বিভাগ কেজুৱেল শ্ৰমিক সন্থাৰ এখন জৰুৰী সাধাৰণ সভা ৬ জুলাইত বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় " অৰণ্য...

Read more

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা। ২৪ এপ্ৰিল, ২০২২ ত হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণা। SLPRB ৱেৱচাইটত উপলব্ধ হ’ব ফলাফল।...

Read more

অগ্নিপথ প্ৰকল্পৰ নৌসেনাত ২০% পদ মহিলাৰ বাবে হ’ব সংৰক্ষিত!

ভাৰতীয় মহিলাৰ বাবে সুখবৰ। ভাৰতীয় নৌসেনাত অগ্নিপথৰ অধীনত মহিলাসকলে অগ্ৰাধিকাৰ লাভ কৰিব। নৌসেনাই অগ্নিবীৰৰ প্ৰথম দলত ২০ শতাংশ মহিলাক নিযুক্তি...

Read more

২৭ জুলাইৰ পূৰ্বে ঘোষণা কৰা নহয় APSC ৰ ফলাফল

২০২০ বৰ্ষৰ APSC ফলাফলকলৈ আঁতৰা নাই অনিশ্চয়তা। এমাহলৈ ঘোষণা নহয় APSCৰ ফলাফল। মঙলবাৰে উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত নহ’ল গোচৰটোৰ। পৰীক্ষাৰ...

Read more

শিক্ষকতালৈ পিঠি শিক্ষকৰঃ শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত আছে কাৰ কাৰ নাম?

ৰাজ্যখনৰ বহু শিক্ষক LICৰ এজেণ্ট, সাংবাদিক, ৰাজনৈতিক দলৰ বিষয়ববীয়া আদি বিভিন্ন কামত জড়িত হৈ আহিছে।  একাংশ শিক্ষকে সাংবাদিক হোৱাৰ দোহাই...

Read more

ঔদ্যোগিক মন্ত্ৰী বিমল বৰাই বিভাগৰ ৮৫ জনক এদিনতে দিলে পদোন্নতি!

ঔদ্যোগিক মন্ত্ৰী বিমল বৰাই বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সক্ৰিয় হৈ উঠিছে। শনিবাৰে দিনত মন্ত্ৰীগৰাকী বামুণীমৈদামস্থিত ঔদ্যোগিক, বাণিজ্য বিভাগৰ আয়ুক্তৰ...

Read more
Page 3 of 4 1 2 3 4