News

বেদখলকাৰীৰে ভৰি পৰিছে দিশপুৰ সমষ্টি,শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক আহ্বান

ছিপাঝাৰ গৰুখুটিৰ উচ্ছেদ অভিযানে ৰাজ্য তোলপাৰ লগোৱাৰ পিছত এইবাৰ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে দিশপুৰ সমষ্টি । নাৱেৰে দিশপুৰ সমষ্টিৰ ভিন্ন...

Read more

গুৱাহাটীৰ এন চি চিৰ বায়ু শাখাৰ কেডেট নেপো মৈৰাংথেম বায়ু সেনাৰ ফ্লায়িং অফিচাৰ পদলৈ নিৰ্বাচিত

ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ কেডেট আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা...

Read more

ক্ষীপ্ৰ গতিত চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য

গুৱাহাটী মহানগৰীৰ যান-জটৰ সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে মহানগৰত কেবাখনো উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে। আনহাতে, ৰাজ্য খনৰ অতি ব্যস্ত...

Read more

The Radio Guy’ৰ সফলতাৰ পিছতে এইবাৰ সমুজ্জ্বল কাশ্যপৰ “Simple ছোৱালী”

শুভমুক্তি পালে সমুজ্জ্বল কাশ্যপ পৰিচালিত চুটি ছবি “Simple ছোৱালী”। কে চি ডিজিটেল ফিল্মচৰ প্ৰতিবেদনত শুভ মুক্তি পোৱা চুটি ছবি খন...

Read more

মুকলি হ’ব সকলো ৰাষ্ট্রীয় উদ্যান

ৰাজ্যত কভিড পৰিস্থিতি ক্রমাৎ সুস্থিৰ হৈ আহিছে৷ কভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে আগন্তুক ১ অক্টোবৰৰ পৰা কভিড বিধি অধিক...

Read more

৬ শতাধিক মাটিৰ দালালক গ্রেপ্তাৰ

ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পাছতে কঠোৰ স্থিতি গ্রহণ কৰি যোৱা...

Read more

চোৰাং চিকাৰীলৈ উপহাৰ:আত্মসমৰ্পণ কৰা ৫৭টা চোৰাং চিকাৰীলৈ নগদ পঞ্চাশ হেজাৰ

এইবাৰ চোৰাং চিকাৰীলৈ বিটিআৰ চৰকাৰৰ উপহাৰ।বিশ্ব গঁড় দিৱসৰ দিনাই বিটিআৰ চৰকাৰৰ ওচৰত চোৰাং চিকাৰীৰ এটা দলে আত্মসমৰ্পণ কৰে৷ হস্তনিৰ্মিত বন্দুকসহ...

Read more

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোচা পিন্ধি ৰাষ্ট্ৰপতি জ’ বাইডেনক লগ কৰিবলৈ গ’ল আমেৰিকালৈ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ বাবে ৱাশ্বিংটনত উপস্থিত হয়৷ প্ৰধানমন্ত্ৰীয়ে আমেৰিকালৈ যাত্ৰা কৰা সময়ত বিমানত কটোৱা মূহূৰ্তৰ...

Read more

কোকৰাঝাৰ এনকাউণ্টাৰঃ বিটিআৰত ১২ ঘণ্টীয়া বন্ধৰ ঘোষণা

এনকাউণ্টাৰ ঘটনাৰ পিছতে উত্তাল হৈছে বিটিআৰ। বিটিআৰ চুক্তিৰ পাছত প্ৰথমবাৰৰ বাবে বন্ধ ঘোষণা। ’All Bodo People’s’ৰ নামৰ সংগঠনটোৱে বিভিন্ন মাধ্যমযোগে...

Read more
Page 79 of 80 1 78 79 80