• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মঙলবাৰে ঘোষণা হ’ব মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল

১৭০ নম্বৰ লাভ কৰিলে দিব পাৰিব compartmental পৰীক্ষা

Leena Gogoi by Leena Gogoi
June 6, 2022
in শিক্ষা, অসম, সংবাদ
1 min read
0
মঙলবাৰে ঘোষণা হ’ব মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল
Share on FacebookShare on Twitter

মঙলবাৰ অর্থাৎ কাইলৈ ঘোষণা কৰা হ’ব মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰা হ’ব ফলাফলসমূহ। মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত নিজৰ ৰোল আৰু নম্বৰটো বহুৱাই নিৰ্দিষ্ট স্থানত ক্লিক কৰিলেই লাভ কৰিব ফলাফল। ইয়াৰ উপৰি নিজ নিজ স্কুলটো পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ৱেবছাইট আৰু মোবাইল এপৰ পৰা ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট, চাৰ্টিফিকেটছ।

উল্লেখযোগ্য যে ক’ভিডৰ দুবছৰীয়া জটিল পৰিস্থিতি পাছত এইবাৰ অনুষ্ঠিত হৈছিল মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা। এইবাৰ মুঠ ৪ লাখ ৩১ হাজাৰ ১৩২গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাত। ফলাফল ঘোষণা কৰিবলৈ ছেবাই সম্পূৰ্ণ কৰিছে যাৱতীয় সকলো প্ৰস্তুতি। ৱেবছাইটসমূহ হৈছে- results.sebaonline.org, resultsassam.nic.in, www.indiaresults.com, www.results.shiksha, www.assam.shiksha, www.assamonline.in, exametc.com, www.schools9.com, https://iresults.net, asssamjobalerts.com, assamresults.in, necareer.com, www.jagaranjosh.com আৰু www.vidyavision.com।

লগতে SEBA Results, 2022 মোবাইল এপত উপলব্ধ হ’ব ফলাফল। উল্লেখ্য যে, ফলাফলক লৈ কোনো পৰীক্ষাৰ্থী সন্তুষ্ট নহলে পৰ্টেলযোগে আবেদন কৰিব পাৰিব। ১০ জুনত খুলি দিয়া হ’ব ছেবাৰ পৰ্টেল। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবেও আবেদন কৰিব পাৰিব। তিনিটাতকৈ অধিক বিষয়ত ফেইল কৰিলে আৰু ১৭০ নম্বৰ লাভ কৰিলে দিব পাৰিব compartmental পৰীক্ষা।

Previous Post

আপোনাৰ ঘৰৰ মানি প্লাণ্ট গছডাল কোন দিশত ৰাখিছে? এই কামটো কৰক! আপোনাৰ ঘৰ টকা-পইচাৰে ভৰি পৰিব

Next Post

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান হ’ব গ্ৰেপ্তাৰ!

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান হ’ব গ্ৰেপ্তাৰ!

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান হ’ব গ্ৰেপ্তাৰ!

বৰঝাৰ বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ১৩২ সংখ্যক জন্মবাৰ্ষিকী পালন

বৰঝাৰ বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ১৩২ সংখ্যক জন্মবাৰ্ষিকী পালন

বিশেষ বিমানৰে ১৪৯ জন হজযাত্ৰী লৈ উত্তৰ-পূৱৰ প্ৰথমটো দল মক্কালৈ ৰাওনা

বিশেষ বিমানৰে ১৪৯ জন হজযাত্ৰী লৈ উত্তৰ-পূৱৰ প্ৰথমটো দল মক্কালৈ ৰাওনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8