• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘অগ্নিবীৰ’ৰ অগ্নিপথঃ ভাৰত চৰকাৰৰ আন এক প্ৰত্যাহ্বান

নিউজ ডেস্ক by নিউজ ডেস্ক
June 17, 2022
in Exclusive
1 min read
0
‘অগ্নিবীৰ’ৰ অগ্নিপথঃ ভাৰত চৰকাৰৰ আন এক প্ৰত্যাহ্বান
Share on FacebookShare on Twitter

বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি ভাৰতৰ বহু ৰাজ্যত শেহতীয়াকৈ কিছুসংখ্যক প্ৰতিবাদকাৰীয়ে ভাৰত চৰকাৰৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গৈছে৷ এই বিক্ষোভে যথেষ্ট হিংসাত্মক ৰূপ লোৱাও দেখা গৈছে৷ আৰক্ষীক আক্ৰমণ, ৰাজহুৱা সামগ্ৰী ধ্বংস -মুঠতে এওঁলোকক দমন কৰিবলৈ চৰকাৰে সামৰিক বাহিনীৰ সহায় ল’বলগীয়া হৈছে৷
উল্লেখ্য যে, ভাৰত চৰকাৰে শেহতীয়াকৈ দেশৰ নিয়োগ ব্যৱস্থাৰ সংশোধনৰ বাবে ‘অগ্নিপথ’ শীৰ্ষক এক পদক্ষেপ গ্ৰহণ কৰিছে য’ত চাৰে সোতৰ বছৰৰ পৰা চৌবিশ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ বাবে দেশৰ সামৰিক বাহিনীত নিযুক্তিৰ সুবিধা প্ৰদান কৰা হৈছে৷ অগ্নিপথত অংশগ্ৰহণ কৰা লোকসকলক অগ্নিবীৰ বুলি অভিহিত কৰা হ’ব৷ সশস্ত্ৰ বাহিনীৰ ক্ষেত্ৰত, ই সশস্ত্ৰ বাহিনীৰ যুৱ প্ৰ’ফাইল বৃদ্ধি কৰিব আৰু ‘উৎসাহ’ আৰু ‘উদ্দীপনা’ৰ সতেজ অৱকাশ প্ৰদান কৰিব। একে সময়তে অধিক প্ৰযুক্তি সমৃদ্ধ সশস্ত্ৰ বাহিনীৰ দিশত এক পৰিৱৰ্তনশীল পৰিৱৰ্তন আনিব বুলিও আশা প্ৰকাশ কৰা হৈছে৷ চাৰি বছৰীয়া এই নিযুক্তিৰ সময়ছোৱাত প্ৰথম বছৰত তেওঁলোকে একৈশ হাজাৰ টকা, দ্বিতীয় বছৰত তেইশ হাজাৰ এশ টকা, তৃতীয় বছৰত পঁচিশ হাজাৰ পাঁচশ আশী টকা আৰু চতুৰ্থ বছৰত আঠাইশ হাজাৰ টকাকৈ দৰমহা লাভ কৰিব৷ একে সময়তে চাৰি বছৰ সমাপ্ত হোৱাৰ পিছত এঘাৰ লাখ এসত্তৰ হাজাৰ টকাৰ সেৱা নিধি পেকেজো লাভ কৰিব৷ গ্ৰেচুইটী আৰু পেঞ্চনৰ সুবিধা নাথাকিব যদিও যোগদানৰ ম্যাদৰ বাবে ৪৮ লাখ টকাৰ অ-অৱদানকাৰী জীৱন বীমাৰ সুবিধা প্ৰদান কৰা হ’ব।

বিক্ষোভকাৰীসকলৰ মতে চাৰি বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত পুনৰ আকৌ চাকৰি বিচৰাত সমস্যা হ’ব৷ কিছু সংখ্যকৰ মতে বন্দুকৰ প্ৰশিক্ষণ লোৱা এই যুৱচামে চাৰি বছৰৰ পিছত হয়তো হতাশাগ্ৰস্ত হৈ উগ্ৰপন্থী সংগঠনতো ভৰ্তি হ’ব পাৰে৷ তাৰোপৰি ইয়াত কোনো ৰেংক নাথাকিব, কোনো পেঞ্চন নাথাকিব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা বিক্ষোভকাৰীসকলৰ এই প্ৰশ্নসমূহৰ উত্তৰ দিছে এনে ধৰণে–

  •  ৪ বছৰৰ পিছত নিয়মানুৱৰ্তিতা আৰু অনুশাসনৰ পিছত ২৪ বছৰীয়া এজন ব্যক্তিয়ে অতি সহজে অন্যৰ তুলনাত চাকৰি পাবলৈ সক্ষম হ’ব
  • প্ৰতি ৪জনৰ ভিতৰত ১জনে পূৰ্ণকালীন চাকৰি লাভ কৰিব
  • ৪ বছৰৰ পিছত নিয়মানুৱৰ্তিতা আৰু অনুশাসনৰ পিছত অগ্নিবীৰ এজনক ডাঙৰ কোম্পানীয়ে নিয়োজিত কৰিব বুলি ঘোষণা কৰা হৈছে
  • ২১ৰ পৰা২৪ বৰ্ষীয় ব্যক্তি এজনে প্ৰায় ২০ লাখ টকা উপাৰ্জন কৰিব পাৰিব
  • ৪ বছৰৰ পিছত যোগ্য অগ্নিবীৰ এজনে চিএপিএফ আৰু অসম ৰাইফলচত নিযুক্তিত অগ্ৰাধিকাৰ লাভ কৰিব
  • ৪ বছৰৰ পিছত অসমকে ধৰি বিভিন্ন ৰাজ্যই অগ্নিবীৰসকলক ৰাজ্যিক আৰক্ষী বিভাগৰ নিযুক্তিক অগ্ৰাধিকাৰ প্ৰদান কৰিব।

চৰকাৰৰ উত্তৰত বিক্ষোভকাৰীসকল পতিয়ন যোৱা নাই আৰু তেওঁলোকে এতিয়াও বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰিয়েই আছে৷ চৰকাৰে এই ক্ষেত্ৰত কিদৰে এই সমস্যাৰ উচিত সমাধান আগবঢ়াব পাৰিব সেয়া হ’ব লক্ষণীয়৷

Previous Post

সাধাৰণ সেনা জোৱান আৰু ‘অগ্নিবীৰ’ৰ মাজত একো পাৰ্থক্য নাই!

Next Post

বিবাহ বিচ্ছেদৰ বাবে আবেদন বক্সাৰ লাভলীনা বৰগোহাঁইৰ

Related Posts

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন
Exclusive

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

December 16, 2022
‘চিভিক চেন্স’ আৰু সচেতনতা
Exclusive

‘চিভিক চেন্স’ আৰু সচেতনতা

November 28, 2022
পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ নতুন মোৰ
Exclusive

পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ নতুন মোৰ

November 22, 2022
সচাঁকৈ বীৰ লাচিত সেনাৰ পৰা নিজকে বঞ্চিত কৰিলে নেকি শৃংখল চলিহাই
Exclusive

সচাঁকৈ বীৰ লাচিত সেনাৰ পৰা নিজকে বঞ্চিত কৰিলে নেকি শৃংখল চলিহাই

November 22, 2022
চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ
Exclusive

চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ

October 25, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
Next Post
বিবাহ বিচ্ছেদৰ বাবে আবেদন বক্সাৰ লাভলীনা বৰগোহাঁইৰ

বিবাহ বিচ্ছেদৰ বাবে আবেদন বক্সাৰ লাভলীনা বৰগোহাঁইৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এয়াৰটেল হাই স্পীড ব্ৰডবেণ্ড সেৱা আৰম্ভ

লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এয়াৰটেল হাই স্পীড ব্ৰডবেণ্ড সেৱা আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8