• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিশিষ্ট অভিনেতা দিলীপ হাজৰিকা গুৰুতৰভাৱে অসুস্থ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 25, 2022
in মনোৰঞ্জন, অসম, সংবাদ
1 min read
0
বিশিষ্ট অভিনেতা দিলীপ হাজৰিকা গুৰুতৰভাৱে অসুস্থ
Share on FacebookShare on Twitter

বিশিষ্ট অভিনেতা তথা চিত্ৰ সমালোচক, প্ৰবীন ৰাজনীতিবিদ দিলীপ কুমাৰ হাজৰিকা গুৰুতৰভাৱে অসুস্থ। উজানবজাৰৰ বাসগৃহত শয্যাশায়ী হৈ থকা হাজৰিকা কিছু দিনৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল। অসমীয়া সাহিত্য, সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা হাজৰিকা এগৰাকী অধিবক্তাও। অসমীয়া সমাজ, সাহিত্য, ৰাজনীতি, বোলছবিৰ লগতে ভাৰতীয় ৰাজনীতি, সাংস্কৃতিক জগতত অগাধ দখল থকা ৮০ উৰ্ধ্বৰ দিলীপ হাজৰিকাই কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।

উল্লখযোগ্য যে, শৰৎ সিংহৰ দিনত দিলীপ হাজৰিকা ৰাজনীতিৰ সৈতে প্ৰতক্ষভাৱে জড়িত আছিল। বলিউডৰ বহু প্ৰতিষ্ঠিত অভিনেতা, অভিনেত্ৰীৰ সৈতে তেওঁৰ আছিল সুসম্পৰ্ক। বৰ্তমান উজান বজাৰৰ বাসগৃহতেই তেওঁৰ চিকিৎসা চলি আছে।

Previous Post

ধন নাই চৰকাৰৰ! কোষাগাৰসমূহক বিল গ্ৰহণ নকৰিবলৈ নিৰ্দেশ

Next Post

চানডুবি বিলৰ পিতনিত বনজুই; আতংকিত ৰাইজ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
চানডুবি বিলৰ পিতনিত বনজুই; আতংকিত ৰাইজ

চানডুবি বিলৰ পিতনিত বনজুই; আতংকিত ৰাইজ

চৰকাৰী কাম-কাজত হিন্দী-ইংৰাজী নিষিদ্ধ!

চৰকাৰী কাম-কাজত হিন্দী-ইংৰাজী নিষিদ্ধ!

চৰকাৰৰ ১ লাখ চাকৰি হ’ব অস্থায়ী! অখিল গগৈয় দিলে ভৱিষ্যৎবাণী ! 

চৰকাৰৰ ১ লাখ চাকৰি হ'ব অস্থায়ী! অখিল গগৈয় দিলে ভৱিষ্যৎবাণী ! 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8