• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সীমান্তত জোৱানৰ পহৰা স্বত্ত্বেও ভাৰতত সোমাই বাংলাদেশী নাগৰিক!

Manoranjan Majumder by Manoranjan Majumder
May 1, 2021
in অসম, ক্ৰাইম, সংবাদ
1 min read
0
সীমান্তত জোৱানৰ পহৰা স্বত্ত্বেও ভাৰতত সোমাই বাংলাদেশী নাগৰিক!
Share on FacebookShare on Twitter

মানকাচৰত বাংলাদেশী নাগৰিক আটক।

ভাৰতীয় জাল নোটসহ এজন বাংলাদেশী নাগৰিকক আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে।

মানকাচৰৰ মণ্ডল পাৰাৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিক জনক।

আটক কৰা লোকজন বাংলাদেশৰ কুড়িগ্ৰাম জিলাৰ ৰৌমাৰীৰ ৰাছিদুল ইছলাম বুলি জানিব পৰা গৈছে।

সীমান্ত সুৰক্ষা বাহিনীয়ে মানকাচৰ আৰক্ষী থানাত চমজাই দিয়ে বাংলাদেশী নাগৰিকজনক।

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সম্পূৰ্ণ কাঁইটীয়া তাঁৰৰ বেৰ থকাৰ পিছতো কেনেকৈ সোমাল বাংলাদেশী নাগৰিকজন।

ভাৰতীয় জাল নোটসহ আটক হৈছে বাংলাদেশী নাগৰিকজন।

সীমান্তত পহৰা দি থকা জোৱানৰ চকুত ধূলি দি ভাৰতত কেনেকৈ প্ৰৱেশ কৰে বাংলাদেশীয়ে সেয়া লাখটকীয়া প্ৰশ্ন।

Photo: Headline8

Input: Romio Mehadi

Tags: AssamBangladeshi CitizenDetainMancacherঅসমআটকবাংলাদেশী নাগৰিকমানকাচৰ
Previous Post

জামিনত মুক্তি লাভ কৰিলে লালুপ্ৰসাদ যাদৱে

Next Post

পৰিয়ালৰ কথা ভাবক; যাৰ কবলত আছে, কোনোৱে বিভ্ৰান্তি সৃষ্টি নকৰি ৰিতুল শইকীয়াক মুকলি কৰকঃ আছু

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পৰিয়ালৰ কথা ভাবক; যাৰ কবলত আছে, কোনোৱে বিভ্ৰান্তি সৃষ্টি নকৰি ৰিতুল শইকীয়াক মুকলি কৰকঃ আছু

পৰিয়ালৰ কথা ভাবক; যাৰ কবলত আছে, কোনোৱে বিভ্ৰান্তি সৃষ্টি নকৰি ৰিতুল শইকীয়াক মুকলি কৰকঃ আছু

সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান

সংগীত জগতৰ বাবে আন এক দুঃখবৰ; কণ্ঠশিল্পী ডঃ বিজয়লক্ষ্মী দাসৰ দেহাৱসান

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনা আৰম্ভ

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনা আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8