• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আদালত অৱমাননাৰ ভয়ত পুনৰ দেৱব্ৰত শইকীয়াক ওভতাই দিলে বিৰোধী দলপতিৰ মৰ্যাদা

Manoranjan Majumder by Manoranjan Majumder
February 4, 2021
in অসম, ৰাজনীতি, সংবাদ
0
debabrata
Share on FacebookShare on Twitter

অসম বিধানসভাৰ সচিবালয়ে বিধায়ক দেৱব্ৰত শইকীয়াক পুনৰ বিৰোধী দলপতিৰ মৰ্যাদা ওভতাই দিলে ৷

উল্লেখযোগ্য যে বিধানসভাত প্ৰয়োজনীয় সদস্য সংখ্যা নথকাৰ গইনা লৈ বিধানসভা  সচিবালয়ে বিধায়ক শইকীয়াৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰত্যাহাৰৰ নিৰ্দেশ জাৰি কৰিছিল ৷

কিন্তু ইয়াক প্ৰত্যাহ্বান জনাই শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে চলিত বৰ্ষৰ ১২ জানুৱাৰীত সেই নিৰ্দেশনা সাময়িকভাৱে বাতিল কৰি বিধায়কজনক বিৰোধী দলপতিৰ মৰ্যাদা ওভোতাই দিয়াৰ ৰায় প্ৰদান কৰে ৷

আদালত অৱমাননাৰ গোচৰৰ সম্মূখীন হোৱাৰ শংকাতহে বিধায়ক শইকীয়াক অসম বিধানসভাৰ সচিবালয়ে অৱশেষত বিৰোধী দলপতিৰ মৰ্যাদা ওভতাই দিয়া বুলি এচাম দলৰ নেতাই মত প্ৰকাশ কৰিছে ৷

Tags: Assam AssemblyCongress PartyDebabrata Saikia
Previous Post

দেশৰ ঋণী ৰাজ্যৰ দ্বিতীয় শীৰ্ষত নাগালেণ্ড- পঞ্চদশ বিত্তীয় আয়োগ

Next Post

নকল সোণ দি ২ কোটি টকাৰ ল’লে লোন; তাৰ পিছত…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Fake Gold

নকল সোণ দি ২ কোটি টকাৰ ল'লে লোন; তাৰ পিছত...

Dibrugarh University

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু উপ পঞ্জীয়কক নিলম্বন

bsnl

বিএচএনএল য়ে পুনৰ উপলব্ধ কৰিলে পোষ্টপেড প্লেনৰ আনলিমিটেড সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8