• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশৰ ঋণী ৰাজ্যৰ দ্বিতীয় শীৰ্ষত নাগালেণ্ড- পঞ্চদশ বিত্তীয় আয়োগ

Manoranjan Majumder by Manoranjan Majumder
February 4, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
nagaland
Share on FacebookShare on Twitter

দেশৰ ভিতৰত ঋণী ৰাজ্যৰ দ্বিতীয় স্থানত আছে নাগালেণ্ড ৷

পঞ্চদশ বিত্তীয় আয়োগৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।

“ক’ভিড কালত বিত্তীয় আয়োগ” শীৰ্ষক এক সমীক্ষা চলাইছিল পঞ্চদশ বিত্তীয় আয়োগে ৷

সমীক্ষা অনুসৰি, নাগালেণ্ডৰ ঋণৰ পৰিমাণ নেচনেল হেল্থ এডুকেচন ষ্টেণ্ডাৰ্ডৰ গড় হিচাপ ২৯.৬১ শতাংশতকৈ বহু গুণে অধিক ৷

নাগালেণ্ডৰ মুঠ ঘৰুৱা উৎপাদন হ্ৰাস পাই ২০১১-১২ বৰ্ষৰ ৫৫.৫‌% ৰ তুলনাত ২০১৮-১৯ বৰ্ষত হয়গৈ ৪২.৭ % ৷

ৰিপৰ্টত পঞ্চদশ বিত্তীয় আয়োগে উল্লেখ কৰিছে যে ৰাজ্যখনে অগ্ৰাধিকাৰ ব্যয়ত গুৰুত্ব প্ৰদান কৰা উচিত ৷

নাগালেণ্ডৰ মূলধন ব্যয় যোৱা বছৰকেইটাত যথেষ্ট নিম্নগামী হৈছে ৷

মুঠ ঘৰুৱা উৎপাদন ১০.৩% পৰা ৫.৯% লৈ আৰু মুঠ ব্যয় ২০.৪% – ১২.৮% হ্ৰাস পাইছে ৷

পঞ্চদশ বিত্তীয় আয়োগে লগতে উল্লেখ কৰিছে যে নাগালেণ্ডে প্ৰতিশ্ৰুতি ব্যয়ৰ বোজা কিছু কমোৱাৰ লগতে উন্নয়ন ব্যয়ৰ বাবে পুঁজি সংৰক্ষণ কৰাৰ প্ৰয়োজন ৷

photo: google

Tags: finance commissionIndiaNagalandনাগালেণ্ডপঞ্চদশ বিত্তীয় আয়োগ
Previous Post

বিশ্বৰ সৰ্ব্ববৃহৎ নদীদ্বীপ মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন

Next Post

আদালত অৱমাননাৰ ভয়ত পুনৰ দেৱব্ৰত শইকীয়াক ওভতাই দিলে বিৰোধী দলপতিৰ মৰ্যাদা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
debabrata

আদালত অৱমাননাৰ ভয়ত পুনৰ দেৱব্ৰত শইকীয়াক ওভতাই দিলে বিৰোধী দলপতিৰ মৰ্যাদা

Fake Gold

নকল সোণ দি ২ কোটি টকাৰ ল'লে লোন; তাৰ পিছত...

Dibrugarh University

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু উপ পঞ্জীয়কক নিলম্বন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8