• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 20, 2022
in অসম, গুৱাহাটী, সংবাদ
1 min read
0
গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী নতুন দিল্লীত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্র-ছাত্রী, বাসিন্দা সকলক বিভিন্ন প্ৰকাৰে সহায় আগবঢ়োৱা হেল্পিং হেণ্ড’ নামৰ অনা চৰকাৰী সংস্থাটোৰ এটা কাৰ্যালয় ১৮ ডিচেম্বৰত গুৱাহাটীৰ হাতীগাঁৱত মুকলি কৰা হৈছে। “হেল্পিং হেণ্ড’ৰ অধ্যক্ষ তথা দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত ৰবীন হিবুরে কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।

গুৱাহাটীত ‘হেল্পিং হেণ্ড’-এ ‘ৰেইন ড্রপছ ইনিচিয়েটিভ’ আৰু ‘নূৰ ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটি’ৰ সহযোগত কাম-কাজ আগবঢ়াব। আনহাতে কার্যালয়টো উদ্বোধন কৰি ৰবীন হিবুৱে কয় – অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দিল্লীকে ধৰি দেশৰ বিভিন্ন চহৰলৈ শিক্ষা আৰু নিয়োগৰ বাবে প্ৰব্ৰজন বৃদ্ধি পাইছে। এনে পৰিস্থিতিত অসম, উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে যাতে এই চহৰসমূহত কোনো বিপদৰ সন্মুখীন নহয় তথা তেওঁলোকে তাৎক্ষণিক ভাৱে বিপদত সহায় লাভ কৰে, সেই উদ্দেশ্যৰে হেল্পিং হেণ্ডে কাম কৰি আহিছে। এতিয়াৰে পৰা গুৱাহাটীতো হেল্পিং হেণ্ডে ৰেইন ড্ৰপছ আৰু নূৰ ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটিৰ বেনাৰত কাম-কাজ আগবঢ়াব। দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্তগৰাকীয়ে ইতিপূর্বে ঘোষণা কৰিছিল যে হেল্পিং হেণ্ডৰ কাম-কাজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে আৰম্ভ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। অনুষ্ঠানত কেবাজনো বিশিষ্ট লোক, দিল্লী নিবাসী কেবাজনো অসমীয়া উপস্থিত আছিল ।

Previous Post

অসম বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

ৰাজ্য কঁপোৱা ৰেগিং কাণ্ডৰে জড়িত সকলৰ শাস্তি ঘোষণা

ৰাজ্য কঁপোৱা ৰেগিং কাণ্ডৰে জড়িত সকলৰ শাস্তি ঘোষণা

NSCN(IM)ৰ নেতা থুইংগালেং মুইভাৰ ঘনিষ্ঠলৈ EDৰ চমন

NSCN(IM)ৰ নেতা থুইংগালেং মুইভাৰ ঘনিষ্ঠলৈ EDৰ চমন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8