• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহিলাক পেট্ৰ’ল ঢালি জ্বলাবলৈ গৈ নিজে জ্বলি মৃত্যুক সাৱটিলে এজন লোকে

Manoranjan Majumder by Manoranjan Majumder
February 8, 2021
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
Women Burn
Share on FacebookShare on Twitter

মুম্বাইত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। এজন লোকে এগৰাকী মহিলাক পেট্ৰ’ল ঢালি জ্বলাই দিয়ে।

অগ্নিদগ্ধ মহিলাগৰাকীয়ে তৎক্ষনাৎ লোকজনক ধৰি লয় আৰু পিছত দুয়ো অগ্নিদগ্ধ হয়।

ঘটনাস্থলীতে মৃত্যুক সাৱটে লোকজনে। ই

ফালে অগ্নিদগ্ধ মহিলাগৰাকী হাস্পতালত মৃত্যুৰ সৈতে যুঁজ দি আছে।

এই আচৰিত ঘটনাটো মুম্বাইৰ মেঘবাৰী অঞ্চলত সংঘটিত হৈছে।

আৰক্ষীয়ে বিজয় খম্বেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, কিন্তু ইতিমধ্যে লোকজনে মৃত্যুক সাৱটিছে।

ইফালে অগ্নিদগ্ধ মহিলাগৰাকী মুম্বাইৰ জেজে হাস্পতালত চিকিৎসাধীন।

চিকিৎসকে আৰক্ষীক জনালে যে মহিলাগৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক।

এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, আমি মহিলাগৰাকীৰ ভাতৃৰ অভিযোগৰ ভিত্তিত বিজয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো।

বৰ্তমানো অব্যাহত আছে তদন্ত। ঘটনাটো তন্নতন্নকৈ তদন্ত আৰম্ভ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটো মুম্বাইৰ পূবত যোগেশ্বৰীৰ গান্ধী নগৰত সংঘটিত হৈছে।

বিজয় নামৰ এজন লোক আৰু মহিলাগৰাকী ডেৰ বছৰ ধৰি চিনি পাইছিল।

দৰাচলতে, বিজয়ে মহিলাগৰাকীক বিয়া কৰাব বিচাৰিছিল কিন্তু বিয়াৰ প্ৰস্তাৱ মহিলাগৰাকীৰ পৰিয়ালে নাকচ কৰিছিল।

বিজয়ে মহিলাগৰাকীক অশান্তি দিবলৈ আৰম্ভ কৰিছিল।

কেইবাবাৰো সুৰাপান কৰি হুলস্থলো কৰিছিল।

ইয়াৰ পিছত মহিলাগৰাকীয়ে লোকজনক গুৰুত্ব দিবলৈ বন্ধ কৰি দিছিল।

৬ ফেব্ৰুৱাৰীত মহিলাগৰাকী ঘৰত অকলে আছিল আৰু বিজয়ে তাইক হত্যা কৰিম প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছিল।

মহিলাগৰাকীৰ স্বাস্থ্য ভাল নাছিল বাবে বিছনাত শুই আছিল।

বিজয়ে জানিব পাৰিছিল যে তাই ঘৰত অকলে আছিল আৰু তাইৰ ঘৰত পেট্ৰ’ল লৈ প্ৰৱেশ কৰিছিল।

বিজয়ে মহিলাগৰাকীৰ ওপৰত সম্পূৰ্ণ পেট্ৰ’লৰ বটলটো ঢালি দিছিল।

পিছত মহিলাগৰাকীয়ে অগ্নিদগ্ধ অৱস্থাতে লোকজনক টানি আনিছিল।

পিছত সম্পূৰ্ণকৈ দুয়ো অগ্নিদগ্ধ হয়।

অগ্নিদগ্ধ অৱস্থাতে দুয়ো ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ দৌৰ দিয়ে আৰু তাতে স্থানীয় লোকে দুয়োৰে জুই নুমুৱায়।

Photo: Google

Tags: DeathMaharastraMumbaiনিহতমহাৰাষ্ট্ৰমুম্বাই
Previous Post

কাৰাগাৰৰ পৰা মুক্তি কেতিয়া কৃষক নেতা অখিল গগৈৰ ?

Next Post

অন্য যুৱতীৰ পৰ্ণ ভিডিঅ’ বনাই নিজৰ ৱেবচাইটত আপলোড কৰে অভিনেত্ৰী গেহনা বশিষ্ঠই !

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
Gehana Vasisth

অন্য যুৱতীৰ পৰ্ণ ভিডিঅ' বনাই নিজৰ ৱেবচাইটত আপলোড কৰে অভিনেত্ৰী গেহনা বশিষ্ঠই !

nitin

ড্ৰাইভিং লাইচেঞ্চ লাভৰ নতুন নিয়ম; অধিক জানিবলৈ ক্লিক কৰক…

খাকী পোছাকত কয়লাৰ দাগ

খাকী পোছাকত কয়লাৰ দাগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8