• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘৫ কোটি দিলে, প্ৰধানমন্ত্ৰীক কৰি দিম হত্যা’- ফেচবুকত পোষ্ট যুৱকৰ

Manoranjan Majumder by Manoranjan Majumder
February 5, 2021
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
‘৫ কোটি দিলে, প্ৰধানমন্ত্ৰীক কৰি দিম হত্যা’- ফেচবুকত পোষ্ট যুৱকৰ
Share on FacebookShare on Twitter

পুডুচেৰীত আৰক্ষীয়ে ৪৩ বছৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।

লোকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে ফেচবুকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰাৰ প্ৰস্তাৱ দিছিল।

লোকজনে লিখিছিল যে যদি কোনোবাই তেওঁক ৫ কোটি টকা দিয়ে তেন্তে প্ৰধানমন্ত্ৰী মোদীক হত্যা কৰিব।

শুকুৰবাৰে আৰক্ষীয়ে ইয়াৰ বিষয়ে জনায়।

সম্পূৰ্ণ ঘটনাটো
জানিবলৈ দিয়া অনুসৰি, আৰ্যনকুপ্পম গাঁৱৰ নিৱাসী সেই লোকজনক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছত লোকজনক স্থানীয় আদালতত হাজিৰ কৰোৱা হয় আৰু তাৰ পৰা অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

কোন হয় পোষ্ট কৰা অভিযুক্তজন?
আৰক্ষী বিষয়াই জনোৱা অনুসৰি অভিযুক্তৰ পৰিচয় ৰিয়েল ষ্টেট ব্যৱসায়ী সত্যানন্দমৰ ৰূপত পোহৰলৈ আহিছে।

তেওঁৰ বিৰুদ্ধে আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্তই লিখিছিল
আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তই ফেচবুকত এটা বাৰ্তা লিখিছিল।

তাত লিখিছিল যে, যদি কোনোবাই তেওঁক ৫ কোটি টকা দিয়ে তেন্তে তেওঁ প্ৰধানমন্ত্ৰীক হত্যা কৰিবলৈ সাজু হৈ আছে।

বৃহস্পতিবাৰে এজন গাড়ীৰ চালকে এই বাৰ্তাটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে, তাৰ পিছত লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Photo: Google

Tags: Narendra Modipuducherryনৰেন্দ্ৰ মোদীপুডুচেৰীপ্ৰধানমন্ত্ৰী
Previous Post

কি পিন্ধিছিল পূজা হেগৰেই ? যাৰ বাবে পূজাক খোজা হৈছিল নগ্ন ফটো…

Next Post

এটা মিঠাইয়ে প্ৰাণ কাঢ়িলে ২০ মহীয়া শিশুৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
murder

এটা মিঠাইয়ে প্ৰাণ কাঢ়িলে ২০ মহীয়া শিশুৰ

৬ ফ্ৰেব্ৰুৱাৰীত খানাপাৰাত অভিলাষী আঁচনি উদ্বোধনী অনুষ্ঠান

৬ ফ্ৰেব্ৰুৱাৰীত খানাপাৰাত অভিলাষী আঁচনি উদ্বোধনী অনুষ্ঠান

athletics championship

সৰুসজাইত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8