• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘আৰু সহ্য কৰিব নোৱাৰো’- এই শাৰী কথা লিখি চিকিৎসক পিতৃ-পুত্ৰই কৰিলে আত্মহত্যা

Manoranjan Majumder by Manoranjan Majumder
February 6, 2021
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
Suicide
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ বিভূতি খণ্ড অঞ্চলত চিকিৎসক পিতৃ-পুত্ৰই কৰিলে আত্মহত্যা, পিতৃ আৰু পুত্ৰ দুয়োগৰাকী চিকিৎসক আছিল আৰু আৰক্ষীয়ে ৩খন ছুইচাইড নোটো পালে।

পুত্ৰৰ মৃতদেহৰ কাষৰ পৰা ছুইচাইড নোটকেইখন পালে তাৰে এখন নোটত লিখা আছিল যে, ‘আৰু সহ্য নহয়।’

লক্ষ্ণৌৰ বিভূতি খণ্ডত পিতৃ আৰু পুত্ৰ একেলগে বাস কৰিছিল।

এটা ঘৰৰে পৃথক-পৃথক কোঠাত পিতৃ আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে।

জানিবলৈ দিয়া অনুসৰি দুয়োজনে বিষাক্ত দ্ৰব্য খাই আত্মহত্যাৰ দৰে চৰম পথ বাচি লৈছিল।

এই ঘটনাটো বিভূতি খণ্ড থানা অঞ্চলৰ বিভৱ খণ্ডত সংঘটিত হৈছে।

৭৫ বছৰীয়া মাধৱ কৃষ্ণ তিৱাৰী আৰু তেওঁৰ পুত্ৰ গৌৰৱ তিৱাৰী (৪৬)য়ে আত্মহত্যা কৰে।

মৃতক মাধৱ কৃষ্ণ তিৱাৰী অৱসৰপ্ৰাপ্ত চিকিৎসক আছিল আছিল আৰু পুত্ৰ গৌৰৱ তিৱাৰী ৰায়বেৰেলীৰ পশু চিকিৎসালয়ত নিয়োজিত হৈ আছিল।

আৰক্ষীয়ে মৃতক গৌৰৱ তিৱাৰীৰ পৰা ৩খন ছুইচাইড নোট উদ্ধাৰ কৰে,

কিন্তু মৃতক পিতৃৰ পৰা এখনো ছুইচাইড নোট পোৱা নগ’ল।

পুত্ৰৰ কাষত পোৱা ছুইচাইড নোটখনত লিখা আছিল যে, “আৰু সহ্য নহয়।’

পিতৃ আৰু পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Photo: Google

Tags: SuicideUttar Pradeshআত্মহত্যাউত্তৰ প্ৰদেশ
Previous Post

অজাপৰ উপ সভাপতি দুলু আহমেদৰ ব্যক্তিগত প্ৰচেষ্টাৰে এম্বুলেন্স সেৱা মুকলি

Next Post

৭ ফেব্ৰুৱাৰীত অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
PM

৭ ফেব্ৰুৱাৰীত অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

dispur

'সুৰক্ষিত অঞ্চল' হিচাপে ঘোষণা দিছপুৰৰ কেইবাটাও স্থান

pm

গাভৰু নৈৰ পাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন  ভাস্কৰ্য শিল্পীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8