• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 8, 2023
in সংবাদ, অসম, ক্ৰাইম
1 min read
0
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
Share on FacebookShare on Twitter

বন বিভাগ, জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা স্বত্বেও গুৱাহাটী মহানগৰীত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অবৈধ ভাবে পাহাৰ কাটি তথা মাটি খনন কৰি পৰিৱেশ ধ্বংস কৰি আহিছে। আনকি মহানগৰীৰ সচেতন লোকসকলে এই সন্দৰ্ভত মাজে সময়ে বন বিভাগ আৰু জিলা প্ৰশাসনক অভিযোগ দি আহিছে। তেনে এটা ৰাজহুৱা অভিযোগৰ ভিত্তিত বুধবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত গুৱাহাটী আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নিৰ্দেশত কালাপাহাৰ খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে যোৰবাটৰ দহমাইলৰ মনফৰ্ট স্কুলৰ দাঁতিত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন অঞ্চলত গোপনে পাহাৰৰ মাটি কাটি থকা অৱস্থাত এ এছ ০৫ ডি চি ৭১১১ নম্বৰৰ এখন জে চি বি জব্দ কৰে৷ অবশ্যে বনকৰ্মীৰ দলটো দেখিয়েই আন্ধাৰৰ সুযোগ লৈ চালক আৰু হেণ্ডীমেন পলাই যাবলৈ সক্ষম হয়।

এই সন্দৰ্ভত মাটি অবৈধভাৱে কটাৰ অপৰাধত এটা বন আইনৰ অধীনত এটা ৰুজু কৰা হয়৷ উল্লেখযোগ্য যে পূৰ্বতে যোৰাবাট আৰু খানাপাৰাত অঞ্চলটো অসম – মেঘালয় আন্তঃৰাজ্যিক সীমান্ত অঞ্চল হোৱা বাবে দুটাকৈ বন শিবিৰ আছিল। পৰৱৰ্তী সময়ত খানাপাৰা শিবিৰটো বন্ধ কৰি যোৰাবাট শিবিৰটো সক্ৰিয় কৰি ৰখা হৈছিল। কিন্তু ৰহস্যজনক কাৰণত বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই ক’ভিডৰ সময়ত যোৰাবাটৰ বন শিবিৰটো বন্ধ কৰি দিয়াত বৃহত্তৰ অঞ্চলটোত লুকাই চুৰকৈ মাটি খনন কৰা কাৰ্য বৃদ্ধি পাইছে । সমান্তৰালভাবে মেঘালয়ৰ বৰ্ণিহাটৰ দিশৰ পৰা মাজে সময়ে চোৰাংকৈ কাঠ সৰবৰাহ কৰা ট্ৰাক মহানগৰীৰ মাজেৰে বিভিন্ন ঠাইলৈ যায় বুলিও অভিযোগ উত্থাপিত হৈছে। ইফালে ইয়াৰ পূৰ্বে ২৯ মে’ত চূণচালি অঞ্চলটো নাৰেংগী খণ্ড বন বিষয়াৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে মাটি কাটি থকা অৱস্থাত এখন জে চি বি জব্দ কৰিছিল।

Previous Post

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

Next Post

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি

ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8