• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in সংবাদ, গুৱাহাটী
1 min read
0
ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা
Share on FacebookShare on Twitter

ভাৰতীয় ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনৰ (NFIR) যুটীয়া সাধাৰণ সম্পাদক, এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু ৰেলৱেৰ জ্যেষ্ঠ অভিযন্তা মুনীন্দ্ৰ শইকীয়াৰ ৫৭ সংখ্যক ওপজা দিনত তেওঁক ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত ৯ জানুৱাৰীৰ নিশা ইউনিয়নৰ পাণ্ডুস্থিত মুখ্য কাৰ্যালয় শ্রমিক সদনত বিপুল সম্বৰ্ধনা জনোৱা হয়।

গুৱাহাটী শাখাৰ সভাপতি গুনেন্দ্ৰ বৰুৱা আৰু সম্পাদক অৰূপ কলিতাৰ নেতৃত্বত শাখাৰ কৰ্মকর্তা – সদস্যসকলে মুনীন্দ্ৰ শইকীয়াক ফুলৰ থোপা, জাপি, গামোছাৰে সম্বৰ্ধনা জনায়। ইয়াৰ পূৰ্বে কেক কাটি ওপজা দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুনীন্দ্ৰ শইকীয়াই। তাৰ পাছত উপস্থিত সকলোৱে মুনীন্দ্ৰ শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মুনীন্দ্ৰ শইকীয়া জিন্দাবাদ, এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়ন জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। এই উপলক্ষে অৰূপ কলিতাই আঁত ধৰা অনুষ্ঠানত মুনীন্দ্ৰ শইকীয়াই তেওঁক ওপজা দিনত সম্বৰ্ধনা জনাই উৎসাহিত কৰা বাবে গুৱাহাটী শাখাৰ সভাপতি – সম্পাদক প্ৰমুখ্যে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু ইউনিয়নৰ সাংগঠনিক দিশ শক্তিশালী কৰা কামত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন, সহকাৰী সাধাৰণ সম্পাদক দেৱশীষ মুখাৰ্জী, কাৰ্যালয় সম্পাদক কস্তুৰী দত্তকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে।

Previous Post

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

Next Post

পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ

পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূৰ্বাঞ্চলত ১০ গৌৰৱময় বছৰ উদযাপন

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূৰ্বাঞ্চলত ১০ গৌৰৱময় বছৰ উদযাপন

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8