• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
January 6, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী
Share on FacebookShare on Twitter

আজিৰে পৰা ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী। অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত নৈমিত্তিক ছুটী মঞ্জুৰ কৰা হৈছে।
ইফালে ৮ আৰু ৯ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে চৰকাৰী বন্ধ থাকিব। সেই অনুসৰি মুঠ ৪ টা দিন ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়তে উপস্থিত নাথাকিব গৰিষ্ঠসংখ্যক চৰকাৰী কৰ্মচাৰী।
নিজ পিতৃ-মাতৃ তথা শহুৰ- শাহুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ছুটী দিয়া হৈছে।
যিসকল কৰ্মচাৰীয়ে এই ছুটী লাভ কৰিব তেওঁলোকে নিৰ্দিষ্ট পৰ্টেলত পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ ফটো আপলোড কৰিব লাগিব। ৰাজ্যৰ মন্ত্ৰী, বিধায়কৰ পৰা চতুৰ্থ বৰ্গলৈকে সকলো কৰ্মচাৰীয়ে এই ছুটী লাভ কৰিব। ইফালে জৰুৰীকালীন সেৱাৰ লগতে জড়িত কৰ্মচাৰীসকলে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে এই ছুটী ল’ব পাৰিব।
আনহাতে এই ছুটীক কেন্দ্ৰ কৰি শিক্ষা বিভাগে বুধবাৰে জাৰি কৰিছে এক নিৰ্দেশনা। সেই অনুসৰি শিক্ষকসকলে ৬ আৰু ৭ জানুৱাৰীৰ বাধ্যতামূলক ছুটী লাভ নকৰিব। তেওঁলোকক এই ছুটী মাঘ বিহুৰ পূৰ্বে ১২ আৰু ১৩ ফেব্ৰুৱাৰীত প্ৰদান কৰিব।

Previous Post

নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ’ল কামৰূপ মহানগৰ জিলাত

Next Post

দুটাকৈ বিস্ফোৰণ মণিপুৰত : অসম ৰাইফলছৰ জোৱান নিহত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
দুটাকৈ বিস্ফোৰণ মণিপুৰত : অসম ৰাইফলছৰ জোৱান নিহত

দুটাকৈ বিস্ফোৰণ মণিপুৰত : অসম ৰাইফলছৰ জোৱান নিহত

দেশত উদ্বেগজনক হাৰত বৃদ্ধি ক’ভিড সংক্ৰমণ

দেশত উদ্বেগজনক হাৰত বৃদ্ধি ক’ভিড সংক্ৰমণ

উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ ২০২১ৰ সফল সমাপ্তি

উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ ২০২১ৰ সফল সমাপ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8