• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জালুকবাৰীৰ পদুমবৰীত ‘যিমান পাৰা সিমান নিয়া’ খাদ্য বিপনী মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2023
in সংবাদ, গুৱাহাটী
1 min read
0
জালুকবাৰীৰ পদুমবৰীত ‘যিমান পাৰা সিমান নিয়া’ খাদ্য বিপনী মুকলি
Share on FacebookShare on Twitter

দিনৰ দিনটো কাৰ্যালয় বা ব্যৱসায়িক কামত ব্যস্ত থকাৰ পাছত যিসকল লোকে ঘৰত ইচ্ছা থাকিলেও সময়ৰ অভাৱ বা দুখ – ভাগৰৰ বাবে ৰন্ধা বঢ়াৰ বাবে সময় নাপাই তেনে লোকৰ সুবিধাৰ বাবে জালুকবাৰীৰ পদুমবৰীত হোটেল ৰেডিচন ব্লুৰ বিপৰীত দিশত আৰু হেমলতা ধাবাৰ সন্মুখত ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত মাঘ বিহুৰ উৰুকাৰ প্ৰাকক্ষণত মুকলি কৰা হৈছে ‘যিমান পাৰা সিমান নিয়া’ নামৰ এখন খাদ্য বিপনী। বিপনীখন দৈনিক সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ গ্ৰাহকৰ বাবে মুকলি থাকিব।

বিপনীখন মুকলি কৰে কামৰূপ জিলাৰ মুক্তাপুৰৰ নসত্ৰস্থিত হেমলতা পাব্লিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা ডঃ আটলাণ্টা চৌধুৰীয়ে। এই উপলক্ষে বিপনীখনৰ স্বত্বাধিকাৰী, অভিযন্তা ৰিংকু বৈশ্যই আঁত ধৰা চমু অনুষ্ঠানত ডঃ আটলাণ্টা চৌধুৰীয়ে ভাষণত খাদ্য বিপনীখনে গ্ৰাহক ৰাইজ তথা খাদ্য ৰসিক সকলৰ মন জয় কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে আৰু এনে ধৰণৰ ব্যতিক্ৰমী খাদ্য বিপনী স্থাপন কৰা বাবে অভিযন্তা ৰিংকু বৈশ্যৰ শলাগ লয়। অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব ডঃ প্ৰদীপ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে বিপনীখনত তন্দুৰীৰ পৰা আৰম্ভ কৰি আমিষ আৰু নিৰামিষ দুয়ো ধৰণৰ খাদ্য উপলব্ধ হব  তাত বিশেষভাবে জনপ্ৰিয় “শ্বৰামা ৰোল’ প্ৰস্তুত কৰা হব বুলি স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে।

Previous Post

ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন

Next Post

মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

অসম চৰকাৰে সলনি কৰিলে ৰূপকোঁৱৰৰ জন্মৰ তাৰিখ!

অসম চৰকাৰে সলনি কৰিলে ৰূপকোঁৱৰৰ জন্মৰ তাৰিখ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8