• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ বহু জিলাত সংখ্যালঘুত পৰিণত হিন্দুঃ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in ৰাজনীতি, অসম
1 min read
0
ধন নাই চৰকাৰৰ! কোষাগাৰসমূহক বিল গ্ৰহণ নকৰিবলৈ নিৰ্দেশ
Share on FacebookShare on Twitter

‘অসমৰ কেইবাখনো জিলাত হিন্দু সম্প্ৰদায়ৰ লোক এতিয়া সংখ্যালঘু’এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যখনত এতিয়া মুছলমান সম্প্ৰদায় সংখ্যালঘু হৈ থকা নাই৷ কিয়নো ৰাজ্যৰ উত্তৰ-পূবৰ কেইখনমান জিলাত হিন্দুলোকসকলহে সংখ্যালঘুত পৰিণত হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘যেতিয়া ৰাজ্যখনত হিন্দুসকল সংখ্যাগৰিষ্ঠ নহয়, তেওঁলোকক সংখ্যালঘু হিচাপে ঘোষণা কৰিব পাৰে। কিন্তু মই অনুৰোধ কৰিছো যে যিকেইখন জিলাত হিন্দু সম্প্ৰদায় সংখ্যাগৰিষ্ঠ নহয়, সেই জিলাত হিন্দুসকলক সংখ্যালঘু ঘোষণা কৰা উচিত। অসমত বহুতো জিলা আছে য’ত হিন্দুসকল সংখ্যালঘুত পৰিণত হৈছে। মুছলমান সম্প্ৰদায় সংখ্যাগৰিষ্ঠ আৰু অসমৰ সৰ্ববৃহৎ সম্প্ৰদায়। পৰিসাংখ্যিকভাৱে মুছলমানসকল হৈছে অসমৰ সৰ্ববৃহৎ সম্প্ৰদায়৷’তেওঁ লগতে কয় যে, ক্ষমতাৰ সৈতে দায়িত্ব আহে আৰু যিহেতু মুছলমানসকল অসমৰ জনসংখ্যাৰ ৩৫ শতাংশ, ইয়াত সংখ্যালঘুসকলক সুৰক্ষা দিয়াটো তেওঁলোকৰ দায়িত্ব।

অসমৰ মুছলমান জনসংখ্যাৰ প্ৰায় চাৰি শতাংশ স্থানীয় অসমীয়া মুছলমান আৰু বেছিভাগেই বঙালীভাষী। ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ পুনৰীক্ষণৰ আৰু এক নতুন অনুশীলনৰ আহ্বান জনাইছিল।
‘আমি আগতেও কৈছিলো যে পুৰণি এনআৰচি পুনৰীক্ষণ আৰু নতুনকৈ কৰা উচিত। সদৌ অসম ছাত্ৰ সন্থাৰ (এএএছইউ) সৈতে আমাৰ আলোচনা চলি আছে। আমি বিচাৰো যে ৰাজ্যখনত এনআৰচি পুনৰ সম্পন্ন হওক’ মুখ্যমন্ত্ৰীয়ে কয়।

Previous Post

বিউটিয়ে লগালে আউল! পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেত্ৰীৰ পদত্যাগ

Next Post

NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি

দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি

যোৰহাটত মূল্যবৃদ্ধিৰ  প্ৰতিবাদ

যোৰহাটত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8