• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in News, অসম, ৰাজনীতি, সংবাদ
1 min read
0
ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ
Share on FacebookShare on Twitter

সোমবাৰে অসম প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৌৰােহিত্যত অনুষ্ঠিত সভাত দেশৰ আৰু বিশেষভাৱে অসমৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক বিষয়সমূহৰ লগতে দলৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃতভাৱে আলােচনা কৰা হয় ।

বিষয়ববীয়াৰ সভাত উল্লেখিত কেইবাগৰাকী কেন্দ্রীয় নেতাৰ উপৰি অসম প্ৰদেশৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শ্রীজিতেন্দ্র সিঙে অংশগ্রহণ কৰে ।

উল্লেখযােগ্য যে, প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগ’ ৰ অধ্যক্ষ মনজিৎ মহন্তক মুখ্য সম্পাদক আৰু প্রফুল্ল কুমাৰ দাসক সম্পাদক হিচাপে লৈ গঠন কৰি দিয়া সম্পাদনা সমিতিয়ে প্ৰাচীৰ পত্রিকা ‘জাগ্রত কংগ্ৰেছ’ যুগুতাই প্ৰকাশ কৰিছে ।

Previous Post

বিধানসভাত কেনেকৈ আহিল ভেনিটি ভান?

Next Post

গুৱাহাটীত চেঞ্চুৰী কোবোৱাৰ দিশে পেট্ৰ’ল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!

গুৱাহাটীত চেঞ্চুৰী কোবোৱাৰ দিশে পেট্ৰ'ল

অনাস্থা প্ৰস্তাৱঃ গাদী ৰক্ষাৰ বাবে ইমৰানৰ হাতত ৬ দিন!

অনাস্থা প্ৰস্তাৱঃ গাদী ৰক্ষাৰ বাবে ইমৰানৰ হাতত ৬ দিন!

মই ৰাজহুৱাকৈ ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

মই ৰাজহুৱাকৈ ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8