Tag: ডঃ হিমন্ত বিশ্ব শৰ্মা

৫ গৰাকী স্বহীদ পৰিয়ালক ৫০ লাখ টকাৰ সাহাৰ্য্য আৰু পৰিয়ালৰ এজনকৈ ব্যক্তিক চৰকাৰী চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

৫ গৰাকী স্বহীদ পৰিয়ালক ৫০ লাখ টকাৰ সাহাৰ্য্য আৰু পৰিয়ালৰ এজনকৈ ব্যক্তিক চৰকাৰী চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

উত্তপ্ত অসম-মিজোৰাম সীমান্ত। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম-মিজোৰাম সীমা বিবাদত শেহতীয়াকৈ হোৱা আক্ৰমণত প্ৰাণ হেৰুওৱা ৫ স্বহীদক ...

সংকটজনক অৱস্থাত বিশেষ বিমানেৰে মুম্বাইলৈ প্ৰেৰণ কাছাৰ জিলীৰ আৰক্ষী অধীক্ষকক

সংকটজনক অৱস্থাত বিশেষ বিমানেৰে মুম্বাইলৈ প্ৰেৰণ কাছাৰ জিলীৰ আৰক্ষী অধীক্ষকক

লাইলাপুৰ ঘটনাক লৈ গৰ্জিছে অসম। অসম-মিজোৰাম সীমান্তৰ সংঘাটত আহত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত বৈভৱ নিম্বলকাৰক সংকটজনক অৱস্থাত বায়ুসেনাৰ বিশেষ ...

এন এল এফ বিৰ মূলসুঁতিলৈ আগমনঃ সঁচাকৈয়ে এইবাৰ শান্তি আহিবনে বড়োভূমিত?

এন এল এফ বিৰ মূলসুঁতিলৈ আগমনঃ সঁচাকৈয়ে এইবাৰ শান্তি আহিবনে বড়োভূমিত?

আজি অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে দুধৰ্ষ উগ্ৰপন্থী তথা এন এল এফ বিৰ মুৰব্বী এম বাথাই। তেওঁৰ লগত আত্মসমৰ্পণ কৰে ...

কাইলৈ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা

কাইলৈ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা

মঙলবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা। কাইলৈয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰূপে শপত লৈ ...

অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই

অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই

আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত শপত বাক্য পাঠ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ...

শপত গ্ৰহণৰ পূৰ্বে ঈশ্বৰৰ ওচৰত আশীষ ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই

শপত গ্ৰহণৰ পূৰ্বে ঈশ্বৰৰ ওচৰত আশীষ ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই

আজি অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপ শপত গ্রহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। দিনৰ ১২ বজাত কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ...

আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই

আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই

আজি অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১২ বজাত কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ...

himanta biswa sharma

৩০,০০০ কৰ্মকৰ্তাৰে জোনাইত হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলী

জোনাইত নিৰ্বাচনী ৰণডংকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ প্ৰাৰ্থিত্ব ঘোষণাৰ পিছত বিজেপিৰ প্ৰথমখন নিৰ্বাচনী সভা জোনাইত ৷ ৩০,০০০ কৰ্মকৰ্তা ...