নিউজ ডেস্ক

নিউজ ডেস্ক

ভাৰতত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা

ভাৰতত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা

ভাৰতত ক'ৰণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা ক্ৰমে বৃদ্ধি হৈ আছে। বিগত ২৪ ঘণ্টাত, দেশখনত ৩৩,৩৭৯ গৰাকী নতুন ক'ভিড আক্ৰান্ত পোৱা গৈছে।...

ৰাজ্যৰ ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক

ৰাজ্যৰ ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিছে। উচ্চ ন্যায়ালয়ে বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা...

প্ৰথম দিনটোতেই দেশত ৪০ লক্ষাধিক কিশোৰ- কিশোৰীক ক’ভিড ভেকচিন প্ৰদান

প্ৰথম দিনটোতেই দেশত ৪০ লক্ষাধিক কিশোৰ- কিশোৰীক ক’ভিড ভেকচিন প্ৰদান

সোমবাৰে দেশত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে আৰম্ভ কৰা টিকাকৰণ অভিযানৰ ফলাফল যথেষ্ট উৎসাহজনক আছিল। প্ৰথম দিনাই...

অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষকতা কৰি থকাসকলৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিছে ৰাজ্যৰ শিক্ষা মন্ত্রী ৰণোজ পেগুৱে৷...

ক’ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক’ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল

ক’ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক’ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল

ক'ৰোনাত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ক’ভিড পজিটিভ হোৱা বুলি নিজেই টুইটাৰত সদৰী কৰিছে অৰবিন্দ কেজৰিৱালে। নিজকে হোম আইচলেচনত...

ইণ্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ‘ভাগৱত’

ইণ্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ‘ভাগৱত’

নতুন বছৰৰ আৰম্ভণিতে অসমবাসীৰ বাবে এক সু-খবৰ কঢ়িয়াই আনিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই। সংঘৰ প্ৰচেষ্টাত এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’ব ভাগৱত।...

আজাৰা-কামাখ্যা সংযোগী ৰেলপথৰ দীপৰ বিলত ৰেলৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল বনৰীয়া হাতীৰ জাক

আজাৰা-কামাখ্যা সংযোগী ৰেলপথৰ দীপৰ বিলত ৰেলৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল বনৰীয়া হাতীৰ জাক

গুৱাহাটীৰ দীপৰ বিলৰ দক্ষিণ দিশত চকৰদৌত আজাৰা - কামাখ্যা সংযোগী ৰেলপথত আজি পুৱতি নিশা এখন মালবাহী ৰেলৰ চালক আৰু কৰ্তব্যৰত...

ISBTত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ

ISBTত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত আন এটা গুৰুত্বপূৰ্ণ সাফল্য। আজি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত গুৱাহাটীৰ আইএছবিটিত...

‘এফ ফৰ ফৰেষ্ট, এফ ফৰ ফিটনেছ’ বাৰ্তা লৈ চিলা ৰিজাৰ্ভ ফৰেষ্টত ‘ট্ৰেক’ ফ্লেগ অফ

‘এফ ফৰ ফৰেষ্ট, এফ ফৰ ফিটনেছ’ বাৰ্তা লৈ চিলা ৰিজাৰ্ভ ফৰেষ্টত ‘ট্ৰেক’ ফ্লেগ অফ

উত্তৰ কামৰূপ বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত অলপতে চিলা ৰিজাৰ্ভ ফৰেষ্টত ট্ৰেক ''ফ্লেগ অফ' কৰে। ড. অলকা ভাৰ্গৱ,অমিত সাহা,ডঃ সতীন্দ্ৰ...

আকৌ অৱনতি ঘটিব নেকি ক’ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

আকৌ অৱনতি ঘটিব নেকি ক’ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ’ল ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিক্ষাৰ্থীক ক'ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী। গুৱাহাটীৰ...

Page 641 of 672 1 640 641 642 672