উত্তৰ পূৰ্বাঞ্চল

বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং

জালুকবাৰী সমষ্টিৰ পাণ্ডু ৪ নং ৱাৰ্ডস্থিত গোলাৱ চন্দ মন্না লাল চৰকাৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত পাব্লিক হেল্থ বিভাগৰ আজৱ কাণ্ড ।...

Read more

চোৰে ললে ৰাম নামঃ একেদিনাই ৬ টাকৈ মন্দিৰত চোৰৰ টিঘিলঘিলনি

মহানগৰীত চোৰৰ অবাধ টিঘিলঘিলনি। উত্তৰ গুৱাহাটীত একেদিনাই ৬ টাকৈ মন্দিৰত চোৰে লুটপাত কৰি লৈ যায়।এই ৬ টা মন্দিৰৰ ভিতৰত ৫...

Read more

গুৱাহাটী-শ্বিলং পথত ডিভাইডাৰৰ ওপৰত বাগৰি পৰিল মন্ত্ৰী অতুল বৰাৰ কনভয়

আজি পুৱা গুৱাহাটী-শ্বিলং পথত কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত হয়। শিলচৰলৈ গৈ থকা সময়তেই এই দুৰ্ঘটনা সংঘটিত...

Read more

বলীউডৰ কায়ডাত হীৰা ক্ৰয় কৰিবলৈ আহি গ্ৰাহকে দোকানত সলনি কৰিলে নকল হীৰা

হীৰা বিক্ৰী কৰোতে সাৱধান! হীৰা ক্ৰয় কৰিবলৈ আহি গ্ৰাহকে দোকানত সলনি কৰি থৈ গ'ল নকল হীৰা। গুৱাহাটীৰ কালাপাহাৰৰ ভাস্কৰ নগৰ...

Read more

মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিক বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুজনাৰ সৃষ্টিৰাজিক বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ৰঞ্জন চুতীয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ ডিব্ৰুগড়...

Read more

ৰাজ্যৰ ১০০০ এপিএছচি – ইউপিএছচিৰ প্ৰাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণৰ বাবে আঁচনি মুকলি অসম ছাত্ৰ পৰিষদৰ

অসম ছাত্ৰ পৰিষদৰ অভিনৱ পদক্ষেপ। আজি অসম ছাত্ৰ পৰিষদৰ তৃতীয় কাৰ্যবাহী সভাত মিছন ১০০০ নামেৰে এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে।...

Read more

৩০ জুলাইত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

অহা ৩০ জুলাই, বুধবাৰে ছেবাই ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।২৭ জুলাইত ছেবাই এক বৈঠকত মিলিত...

Read more

“আমি আত্মহত্যা কৰাৰ বাহিৰে অন্য ৰাস্তা নাই”: ৰাজপথলৈ ওলাই আহিল অ’লা, উবেৰৰ চালক

লকডাউনে জুৰুলা কৰিছে অ'লা, উবেৰৰ চালকক। আজি গুৱাহাটী মহানগৰীৰ চচলত প্ৰায় ৩০০ অ'লা, উবেৰৰ চালকে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী...

Read more

অসম-মিজোৰাম সীমান্ত সংঘৰ্ষঃ ৰমনদ্বীপ কৌৰক কাছাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক পদত নিযুক্তি

অগ্নিগৰ্ভা অসম-মিজোৰাম সীমান্ত। অসম-মিজো সীমান্তৰ গুলীবৰ্ষণ ঘটনাত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক  বৈভৱ  চন্দ্ৰকান্ত নিম্বলকাৰ। ইয়াৰ...

Read more
Page 29 of 39 1 28 29 30 39