News

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?

কানাড়া সাহিত্যৰ নামজ্বলা সাহিত্যিক কে এছ ভগৱানেএক বিতৰ্কিত মন্তব্যৰে খলকনি তুলিছে সমগ্ৰ দেশত। কৰ্ণাটকৰ মাণ্ড্যাত আয়োজিত এক কাৰ্যসূচীত ভাষণ দি...

Read more

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

দৰঙৰ দলগাঁৱত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে । দৰং জিলা আৰক্ষী আৰু দলগাঁও আৰক্ষীৰ যুটীয়া সহযোগত এজন দুধৰ্ষ চোৰাংচিকাৰী আটক হয়...

Read more

কোনে কোনে পাব অৰুণোদয় 2.O আঁচনিৰ সুবিধা ?

নতুন দিল্লীৰ অসম হাউচৰ আলোচনা কক্ষৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাৰ্চুৱেলী মুকলি অৰুণোদয় 2.O । মুখ্যমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে...

Read more

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

মঙলবাৰে ভাৰতৰ চৰকাৰৰ পৰা অসমৰ পৰম্পৰাগত বস্ত্ৰ 'গামোচা'য়ে ভৌগোলিক সংকেত (জিআই) স্বীকৃতি অৰ্জন কৰিছে। এতিয়াৰে পৰা ইয়াৰ অননুমোদিত ব্যৱহাৰ প্ৰতিহত...

Read more

চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ

সোমাবাৰে কাবুলত চীনা ব্যৱসায়ী থকা হোটেলত ISIS সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় ৷ হোটেলক লক্ষ্য কৰি ISIS য়ে বোমা নিক্ষেপ কৰে ।...

Read more

উচ্চতম ন্য়ায়ালয়তো মুখ থেকেচা দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াৰ

গুজৰাট নিৰ্বাচন হাৰাৰ পাছত আম মাদমি পাৰ্টীৰ কাৰণে আৰু এটা বেয়া খবৰ । উচ্চতম ন্য়ায়ালয়ে খাৰিচ কৰিলে মণীষ চিছোডিয়াৰ আবেদন...

Read more
Page 20 of 82 1 19 20 21 82