• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

NESAC আৰু ASSTC মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

Manoranjan Majumder by Manoranjan Majumder
February 1, 2021
in অসম, গুৱাহাটী
1 min read
0
MoU
Share on FacebookShare on Twitter

উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ আৰু অসম জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰই এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷

জৰীপ আৰু দুৰ্যোগ প্ৰশমন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত ১ ফেব্ৰুৱাৰীত স্বাক্ষৰিত কৰে এই চুক্তি ৷

অনুষ্ঠানত উপস্থিত থাকে এ এচ এচ টি চি ৰ অধ্যক্ষ পাৰ্থ চক্ৰৱৰ্তী ৷

অসম জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰ দেশৰ এক অন্যতম আগশাৰীৰ প্ৰশিক্ষণ কেন্দ্ৰ ৷

১৮৮২ চনতেই গুৱাহাটীৰ লখৰাত স্থাপন কৰা হৈছিল এ এচ এচ টি চি ৷

চুক্তি স্বাক্ষৰৰ পিছত এই প্ৰশিক্ষণ কেন্দ্ৰত উপলব্ধ হ’ব আধুনিক সা-সুবিধা, যাৰ জৰিয়তে শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব উন্নত প্ৰশিক্ষণ ৷

উল্লেখ্য,যুৱপ্ৰজন্মৰ সংস্থাপনৰ সুবিধা হোৱাকৈ অসম জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰই অলপতে মুকলি কৰিব তিনিটা নতুন চাৰ্টিফিকেট পাঠ্যক্ৰম আৰু এটা ডিপ্ল’মা পাঠ্যক্ৰম ৷

এ এচ এচ টি চি ৰ অধ্যক্ষ পাৰ্থ চক্ৰৱৰ্তীয়ে জানিবলৈ দিছে এই কথা ৷

Tags: AssamASSTCGuwahatiJogen MohanMoUNESACযোগেন মহন
Previous Post

আনক হহুৱাই ভালপোৱা জনপ্ৰিয় কমেডিয়ানৰ মুখত এতিয়া হাঁহি, কিন্তু…কিয় ?

Next Post

বাজেট ২০২১ৰ ২১টা বৃহৎ ঘোষণা; মাত্ৰ এটা ক্লিকত জানিব পাৰিব A to Z

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
Union Budget

বাজেট ২০২১ৰ ২১টা বৃহৎ ঘোষণা; মাত্ৰ এটা ক্লিকত জানিব পাৰিব A to Z

Lurinjyoti-Gogoi

এইবাৰ কোনো শৰ্মা, কলিতা নাথাকিব..তেওঁলোকৰ সৈতে এইবাৰ থাকিব অবৈধ বাংলাদেশীঃ লুৰীণজ্যোতি গগৈ

sarbananda sonowal

প্ৰজ্ঞান ভাৰতী আঁচনি আৰু ভাষা গৌৰৱ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8